এনিমে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
(কোনো পাৰ্থক্য নাই)

13:42, 11 November 2017ৰ সংস্কৰণ

এনিমে বা আনিমে (জাপানী: アニメ আনিমে, ইংৰাজী: Anime এনিমে’ আ-ধ্ব-ব: /ˈænɪmeɪ/) হৈছে ইংৰাজী শব্দ এনিমেছনৰ সমাৰ্থক। সাধাৰণতে জাপানী এনিমেছন ছবিকে এনিমে বোলা হয়। জাপানৰ বাহিৰে পৃথিৱীৰ আন আন দেশত এনিমে বুলিলে জাপানত সজা এনিমেছনকেই বুজায়।

ৱিকিপে-তান

পাৰম্পৰিকভাৱে এনিমেবিলাক হাতেৰে সজা হয়, তথাপি বৰ্তমানে আন আন এনিমেছন ছবিৰ দৰে এনিমে সাজোঁতেও কম্পিউটাৰৰ ছফ্টৱেৰ ব্যৱহাৰ কৰা হৈছে। এনিমেৰ কাহিনী যিকোনো ধৰণৰ সাহিত্য বা মিডিয়াৰ দৰে হব পাৰে।