366
টা সম্পাদনা
(নতুন পৃষ্ঠা: thumb|[[ৱিকিপিডিয়া:ৱিকিপে-তান|ৱিকিপে-তান]] '''এনি...) টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
||
[[চিত্ৰ:Wikipe-tan full length.png|thumb|[[ৱিকিপিডিয়া:ৱিকিপে-
'''এনিমে''' বা '''আনিমে''' ([[জাপানী ভাষা|জাপানী]]: アニメ ''আনিমে'', [[ইংৰাজী ভাষা|ইংৰাজী]]: Anime ''এনিমে’'' [[আ-ধ্ব-ব]]: /ˈænɪmeɪ/) হৈছে ইংৰাজী শব্দ [[এনিমেছন]]ৰ সমাৰ্থক। সাধাৰণতে [[জাপান|জাপানী]] এনিমেছন ছবিকে এনিমে বোলা হয়। জাপানৰ বাহিৰে পৃথিৱীৰ আন আন দেশত এনিমে বুলিলে জাপানত সজা এনিমেছনকেই বুজায়।
পাৰম্পৰিকভাৱে এনিমেবিলাক হাতেৰে সজা হয়, তথাপি বৰ্তমানে আন আন এনিমেছন ছবিৰ দৰে এনিমে সাজোঁতেও কম্পিউটাৰৰ ছফ্টৱেৰ ব্যৱহাৰ কৰা হৈছে। এনিমেৰ কাহিনী যিকোনো ধৰণৰ সাহিত্য বা মিডিয়াৰ দৰে হব পাৰে।
কেইটামান এনিমেৰ উদাহৰণ হ’ল:
* [[পকেমন]]
* [[ডৰেমন]]
* [[ছিনচেন]]
* [[নাৰুট’]]
[[শ্ৰেণী:এনিমেছন]]
|
টা সম্পাদনা