ঢাকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন অনুচ্ছেদ
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
130 নং শাৰী:
== ভূগোল ==
[[File:National Assembly of Bangladesh (10).jpg|thumb|[[জাতীয় সংসদ ভৱন]]।]]
ঢাকা মধ্য বাংলাদেশত[[বাংলাদেশ]]ত বুঢ়ী গংগা নদীৰ পাৰত ২৩°৪২' ৰ পৰা ২৩°৫৪' উত্তৰ [[অক্ষাংশ]] আৰু ৯০°২০' ৰ পৰা ৯০°২৮' পূব [[দ্ৰাঘিমাংশ]] পৰ্যন্ত বিস্তৃত। নিম্ন গংগা-ব্ৰহ্মপুত্ৰ সমভূমিত অৱস্থিত এই চহৰৰ মুঠ আয়তন {{convert|300|km2|sqmi|lk=out}}।<ref name="Bangladesh2001Mun">{{cite web|url=http://www.bbs.gov.bd/dataindex/census/municip.pdf|publisher=Bangladesh Bureau of Statistics|title=Area, Population and Literacy Rate by Paurashava|year=2001|format=PDF|accessdate=2008-09-29 |archiveurl = http://web.archive.org/web/20080625052740/http://www.bbs.gov.bd/dataindex/census/municip.pdf |archivedate = 2008-06-25}}</ref> ঢাকাত মুঠতে ৫০ টা থানা, ১৩০টা ৱাৰ্ড আৰু ৭২৫টা মোহল্লাত বিভক্ত। ঢাকা জিলাৰ আয়তন ১৪৬৩.৬০ বৰ্গ কিলোমিটাৰ (৫৬৫ বৰ্গমাইল)। এই জিলা গাজীপুৰ জিলা, টাংগাইল জিলা, ,মুন্সিগঞ্জ জিলা, ৰাজবাড়ী জিলা, নাৰাায়ণগঞ্জ জিলা আৰু মাণিকগঞ্জ জিলাৰ দ্বাৰা বেষ্টিত।<ref name="Dhaka">{{cite web
|author=Banglapedia
|date=2006-09-27
137 নং শাৰী:
|accessdate=2009-02-11
}}</ref> ক্ৰান্তীয় বৃক্ষ, আৰ্দ্ৰ মৃত্তিকা আৰু সমুদ্ৰপৃষ্ঠেৰ লগত সমান সমতলভূমি এই জেলার বৈশিষ্ট্য। এই কাৰণে বৰ্ষা কালত আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ঢাকাত প্ৰায়ে বানপানী হোৱা দেখা যায়।<ref>{{Cite book| last = Hough | first = Michael | title = Cities and natural process | publisher = Routledge | year = 2004 | pages = 64–65 | isbn = 0-415-29855-5}}</ref>
 
== জলবায়ু ==
ঢাকাৰ জলবায়ু প্ৰধানত উষ্ণ আৰু আৰ্দ্ৰ গ্ৰীষ্মমণ্ডলীয়। কোপেন জলবায়ু শ্ৰেণীবিভাগৰ মতে, ঢাকাৰ জলবায়ু ক্ৰান্তীয় সমভাবাপন্ন। ইয়াত বাৰ্ষিক গড় তাপমাত্ৰা ২৭.৫ ডিগ্ৰী চেলচিয়াছ (৮১.৫ ডিগ্ৰী ফাৰেনহাইট) আৰু জানুৱাৰীৰ পৰা এপ্ৰিল মাহৰ মাজত তাপমাত্ৰা ১৯.৫ ৰ পৰা ৩২ ডিগ্ৰী চেলচিয়াছৰ (৬৭ৰ পৰা ৯০ ডিগ্ৰী ফাৰেনহাইট) মাজত থাকে।<ref name=weather1>{{cite web|url=http://www.weatherbase.com/weather/weather.php3?s=032914&refer=/ | title=Weatherbase: Historical Weather for Dhaka, Bangladesh|accessdate=2008-12-15|publisher=weatherbase.com}}</ref> মে'ৰ পৰা অক্টোবৰ মাহৰ মাজত গড়ে প্ৰায় ২১২১ মিলিমিটাৰ(৮৩.৫ ইঞ্চি) বৃষ্টিপাত হয় থাকে।<ref name=weather1/> <ref>{{Cite news
"https://as.wikipedia.org/wiki/ঢাকা"ৰ পৰা অনা হৈছে