হেলেন কেলাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তথ্য পেৰা, লিখাৰ ধৰণ আৰু বাক্যগাঁথনি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
19 নং শাৰী:
== প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা ==
 
হেলেন কেলাৰ, আৰ্থাৰ এইচ কেলাৰ আৰু কেথেৰিন আডামচ কেলাৰৰ দুই জীয়ৰীৰ প্ৰথম গৰাকী আছিল। তেঁওৰ দুজন সতিয়া ভাতৃও আছিল। কেলাৰৰ পিতৃয়ে সস্ন্মাৰেৰে ছিভিল ৱাৰৰ সময়ত যুদ্ধত অংশগ্ৰহণ কৰিছিল। তেঁওলোকৰ পৰিয়ালটো কপাহ খেতিৰ পৰা পোৱা আৰ্জনেৰে চলিবলৈ যথেষ্ঠ নাছিল, পাছলৈ কেলাৰৰ পিতৃ আৰ্থাৰে এখন স্থানীয় বাতৰি কাকতত সম্পাদক ৰুপে যোগদান কৰে। হেলেন কেলাৰ জন্মৰে পৰাই শ্ৰৱণ আৰু বাকশক্তিহীন নাছিল তেঁও ছমাহৰ পৰাই কথা কবলৈ আৰু মাথো এবছৰ বয়সতে খোজ কাঢ়িবলৈ শিকিছিল। ১৮৮২ চনত হোৱা এক ব্যাধিয়ে তেঁওক বাৰুকৈয়ে জুৰুলা কৰি পেলাইছিল - যাক চিকিৎসক সকলে "ব্ৰেইন ফিভাৰ" বুলি কৈছিল, লক্ষণসমুহ আছিল অত্যাধিক শাৰিৰীক উষ্ণতা বৃদ্ধি পোৱা, তথাপি আজি পয্যন্ত তেঁওৰতেওঁৰৰ প্ৰকৃত ৰোগৰ কাৰণ জানিব পৰা নগল। কেলাৰৰ মাতৃ কেথেৰিনে লক্ষ্য কৰিছিল যে তেঁওলোকৰ জীয়ৰীয়ে কোনোধৰণৰ শব্দ বা হাতৰ ভঙ্গীৰে কিবা দেখুৱালেও একো প্ৰতিক্ৰিয়া কৰা নাছিল কিয়নো ইতিমধ্যই হেলেন কেলাৰে নিজৰ শ্ৰৱণ আৰু বাকশক্তি হেৰুৱাই পেলাইছিল, তেতিয়া তেঁওৰ বয়স মাথো ১৯ মাহ হে হৈছিল। ডাঙৰ হৈ অহাৰ লগে লগে কেলাৰে কিছুমান ক্ষেত্ৰতহে প্ৰতিক্ৰিয়া কৰিবলৈ সক্ষম হৈছিল, সেইসময়ত তেঁওলোকৰহৈছিল।
== ৰাজনৈতিক জীৱন ==
এগৰাকী আমেৰিকান লেখক,সক্ৰিয় ৰাজনীতিবিদ আৰু শিক্ষাবিদ,শিক্ষাবিদ।
==তথ্য উৎস==
{{reflist}}
 
{{ভাল প্ৰবন্ধ}}
[[শ্ৰেণী:আমেৰিকাৰ বিখ্যাত ব্যক্তি]]
[[শ্ৰেণী:জীৱিত ব্যক্তি]]
[[শ্ৰেণী:ৰাজনীতিবিদ]]
[[শ্ৰেণী:সাহিত্যিক]]
[[শ্ৰেণী:ন’বেল বঁটা বিজয়ী]]
 
[[সদস্য:Bolin Borgohain|Bolin Borgohain]] ([[সদস্য বাৰ্তা:Bolin Borgohain|talk]])