266 নং শাৰী:
: নমস্কাৰ। হয়, ৱিকিত মোৰ পৃষ্ঠা আপলোড কমিছে। কাৰণ বিশেষ নাই। মোৰ অভিযান্ত্ৰিকৰ শেষ ষাণ্মাসিক চলি আছিল, সেয়ে পৰীক্ষা আৰু প্ৰজেক্টৰ কামত ব্যস্ত আছিলোঁ। এতিয়া পৰীক্ষা শেষ হল যদিও UPSC-cs 17 preliminary qualify কৰাৰ বাবে mains ৰ বাবে লাগি আছোঁ। মাজে মাজে সুৰুঙা উলিয়াই দুই এটা কাম কৰোঁ। পৰীক্ষাৰ pressure কমিলে আকৌ আকৌ সক্ৰিয় হোৱাৰ প্ৰতিশ্ৰুতিৰে...
-<span style="text-shadow:gray 3px 3px 3px;">[[User:অজয় দাস|<font color="#663300">'''অজয় দাস'''</font>]]&nbsp;([[User Talk:অজয় দাস|বাৰ্তা]])</span> 03:32, 5 October 2017 (ইউ.টি.চি.)
 
==বিশেষ==
কেইবাটাও কথা-
 
* আজিকালি মানুহবোৰক পদক-চদক দিয়াৰ নিয়মটো বিশেষ গুৰুত্ব দিয়া দেখা নাই। শেষৰ ৱিকিপত্ৰিকাখনৰ তলৰফালে মতামতত লিখিছোঁ, চাবাঁচোন।
* [[কেশদা মহন্ত]]ৰ পৃষ্ঠাটো তেখেতৰ জী সুবাসনা মহন্তৰ হতুৱাই অলপ অলপকৈ লিখোৱাইছোঁ। তেখেতক কিবা সহায় লাগিলে যোগাযোগ কৰিব পাৰে।
* পঢ়া-শুনাৰ খবৰ কি? কি কৰি আছাঁ শেহতীয়াকৈ?
 
[[সদস্য:Psneog|Psneog]] ([[সদস্য বাৰ্তা:Psneog|talk]]) 00:38, 5 December 2017 (ইউ.টি.চি.)