আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Removing "Flag_of_Andaman_and_Nicobar_Islands.png", it has been deleted from Commons by Ellin Beltz because: Per c:Commons:Deletion requests/File:Flag of Andaman and Nicobar Islands.png.
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
50 নং শাৰী:
'''আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ''' {{IPAc-en|'|ae|n|d|@|m|@|n|and|'|n|I|k|@|b|ar}} ({{Audio|Andaman.ogg|local}}) হৈছে বঙ্গোপ সাগৰ আৰু আন্দামান সাগৰৰ সন্ধিস্থলৰ এলানি দ্বীপ মালা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চল।
 
অঞ্চলটি [[ইন্দোনেচিয়াইন্দোনেছিয়া]]ৰ এচেহআচেহ অঞ্চলৰ উত্তৰেউত্তৰত অৱস্থিত, আন্দামান সাগৰে ইয়াক [[থাইলেণ্ড]] আৰু [[ব্ৰহ্ম দেশ]]ৰ পৰা পৃথক কৰি ৰাখিছে। অঞ্চলটি দূটা দ্বীপমালা আন্দামান দ্বীপমালা আৰু নিকোবৰ দ্বীপমালাৰে গঠিত। আন্দামান উত্তৰে আৰু নিকোবৰ দক্ষিণে, আন্দামান সাগৰ দ্বীপমালাৰ পূৱেপূৱত আৰু বংগোপ সাগৰ পশ্ছিমেপশ্চিমত অৱস্থিত।
 
আন্দামানৰ নগৰ [[প’ৰ্ট ব্লেয়াৰ]] কেন্দ্ৰীয় শাসিত অঞ্চলটিৰ ৰাজধানী। অঞ্চলটিৰ ভূ কালি প্ৰায় ৮,২৫০ বৰ্গ কি.মি.। নিকোবৰ দ্বীপসমূহৰ ৰাজধানী কাৰ নিকোবৰ।