জাপান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
12 নং শাৰী:
|national_anthem = ''[[কিমিগায়’]]''{{spaces|2}}(君が代)<small><br />''সাম্ৰাজ্যৰ ৰাজত্ব''</small>
|official_languages = [[জাপানী ভাষা|জাপানী]]
|capital = [[ট’কিঅটকিঅ']]
|latd=35 |latm=41 |latNS=N |longd=139 |longm=46 |longEW=E
|largest_city = ট’কিঅ
71 নং শাৰী:
|vehicle_code = J
}}
'''জাপান''' (আই.পি.এ: zapan) ({{lang-ja|日本}} ''নিপ্পন'') [[এছিয়া]] মহাদেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ এটা দ্বীপ ৰাষ্ট্ৰ। দেশখন এছিয়া মহাদেশৰ পূৰ্ব উপকূলৰ ওচৰৰ উত্তৰ প্ৰশান্ত মহাসাগৰত অৱস্থিত। সৰু বৰ প্ৰায় ৩,০০০ দ্বীপ লগ হৈ জাপান গঠিত। চাৰিটা প্ৰধান দ্বীপ হ’ল হনছু, হ’ক্কাইদ’[[হোক্কাইডো]], কিয়ুছু আৰু ছিক’কু। ইয়াৰ ওপৰিও জাপানত অনেক সৰু সৰু দ্বীপ আছে। জাপানীসকলে জাপানী ভাষাত তেওঁলোকৰ দেশক নিহ’ন বা নিপ্প’ন বোলে , যাৰ অৰ্থ "সূৰ্যৰ উৎস"। জাপান চীনা সাম্ৰাজ্যসমূহৰ পূৰ্বে অৱস্থিত বুলিয়েই এই নাম ৰখা হৈছিল। ইংৰাজীত জাপানক "land of the rising sun" অৰ্থাৎ "সূৰ্যোদয়ৰ দেশ"ও বোলা হয়। [[ট’কিঅটকিঅ']] জাপানৰ বৃহত্তম চহৰ আৰু ৰাজধানী।
 
 
"https://as.wikipedia.org/wiki/জাপান"ৰ পৰা অনা হৈছে