অ'ৰিয়েণ্ট ফ্লাৱাৰ জুনিয়ৰ কলেজ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

update
10 নং শাৰী:
''' অৰিয়েন্ট ফ্লাৱাৰ জুনিয়ৰ কলেজ ''' ('''''Orient Flower Jr. College''''') সমগ্ৰ [[বিশ্বনাথ চাৰিআলি]]ৰ ভিতৰতে এখন আগশাৰীৰ [[কনিষ্ঠ মহাবিদ্যালয়]]। এইখন মহাবিদ্যালয় ২০০৪ চনৰ ৫জুলাই তাৰিখে [[বিশ্বনাথ চাৰিআলি]]ৰ 'মামণি ভিলা'ত প্ৰতিষ্ঠা কৰা হয়। পিছত ২০০৫চনত কোচগাৱঁলৈ কনিষ্ঠ মহাবিদ্যালয়খনৰ স্থানান্তৰ কৰা হয়। ২০০৯ চনত পুনৰ কোঁচগাঁও-হালধীবাৰী পথৰ দাঁতিলৈ স্থানান্তৰ কৰা হয় আৰু বৰ্তমান ইয়ে কলেজৰ স্থায়ী ঠিকনা। বিদ্যালয়খনৰ পৰিচালক হৈছে ড° কিশোৰ সিং ৰাজপুত আৰু শ্ৰী মীনা দেৱী ৰাজপুত, বৰ্তমানৰ অধ্যক্ষৰ আসনত । বিদ্যালয়খন ব্যক্তিগত খণ্ডৰ অন্তৰ্গত।
 
== অৱস্থান আৰু চৌহদ==
বিশ্বনাথ চাৰিআলি চহৰৰ মাজ মজিয়াৰ কোঁচগাঁও-হালধীবাৰী পথৰ দাঁতিত অৰিয়েন্ট ফ্লাৱাৰ কনিষ্ঠ মহাবিদ্যালয় খন অৱস্থিত।