মহেঞ্জোদাৰোৰ নৃত্যৰতা যুৱতী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox artwork | image_file = Dancing girl.jpg | image_size = 200px | title = মহেঞ্জোদাৰোৰ নৃত্...
 
update
25 নং শাৰী:
'''নৃত্যৰতা যুৱতী''' (ইং:'''Dancing Girl''') হৈছে [[সিন্ধু সভ্যতা]]ৰ এক অন্যতম থলী [[মহেঞ্জোদাৰো]]ত আৱিষ্কৃত প্ৰায় ২৫০০ খ্ৰী:পূ:ৰ এক ব্ৰঞ্জৰ মূৰ্ত্তি।
==বিৱৰণ==
''নৃত্যৰতা যুৱতী''ৰ মূৰ্ত্তিটো দীঘে {{convert|১০.৫|cm|in}} high চে:মি<ref name=national/> আৰু ই প্ৰায় ৪,৫০০ বছৰ পুৰণি। এই মূৰ্ত্তিটো ১৯২৬ চনত মহেঞ্জোদাৰোত পোৱা গৈছিল।<ref name=national/> মূৰ্ত্তিৰ যুৱতীগৰাকী থিয় হৈ থকা অৱস্থাত আছে যদিও আনুমানিক বৃত্তিৰ ভিত্তিত ইয়াক নৃত্যৰতা যুৱতী আখ্যা দিয়া হয়।<ref name=jane/> মহেঞ্জোদাৰোত উদ্ধাৰ হোৱা দুটা ব্ৰঞ্জৰ মূৰ্ত্তিৰ ই অন্যতম আৰু অন্যান্য কঠিন মূৰ্ত্তিসমূহৰ তুলনাত নমনীয়।<ref name=jane>{{cite book|last1=McIntosh|first1=Jane R.|title=The Ancient Indus Valley : New Perspectives|date=2008|publisher=ABC-CLIO|location=Santa Barbara, California|isbn=9781576079072|pages=281,407|url=http://books.google.co.in/books?id=1AJO2A-CbccC&q=dancing+girl#v=snippet&q=dancing%20girl&f=false|accessdate=15 November 2014}}</ref> থিয় দি থকা নগ্ন অৱস্থাৰ যুৱতীগৰাকীৰ শৰীৰত কিছুসংখ্যক খাৰু আৰু এধাৰি মণি দেখা যায়।<ref name=jane/> তাইৰ বাওঁহাতত ২৪ ৰ পৰা ২৫ ডাল খাৰু থকাৰ বিপৰীতে সোঁহাতত ৪ দাল খাৰু আছে আৰু তাইক সোঁহাতেৰে উৰুত লাগি থকাকৈ কিছুমান সামগ্ৰী ধৰি থকা অৱস্থাত উপস্থাপন কৰা হৈছে। মূৰ্ত্তিটোৰ হাত দুখন অস্বাভাৱিকভাৱে দীঘল।<ref name=singh>{{cite book|last1=Singh|first1=Upinder|title=A History of Ancient and Aarly Medieval India : from the Stone Age to the 12th century|date=2008|publisher=Pearson Education|location=New Delhi|isbn=9788131711200|page=162|url=http://books.google.co.in/books?id=H3lUIIYxWkEC&pg=PA162&dq=dancing+girl+harappa&hl=en&sa=X&ei=3E9oVLnXNcmIuASOtoLwAQ&ved=0CBsQ6AEwAA#v=onepage&q=dancing%20girl%20harappa&f=false|accessdate=15 November 2014}}</ref>
 
২০০৪-০৫ চনত ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান বিভাগে ভিৰানাত নৃত্যৰতা যুৱতীৰ সৈতে সাদৃশ্য থকা প্ৰতিকৃতি অংকিত মাটিৰ এটা ভঙা টুকুৰা উদ্ধাৰ কৰে।<ref name=pot>{{cite news|last1=Subramanian|first1=T.S.|title=The ageless tale a potsherd from Bhirrana tells|url=http://www.thehindu.com/todays-paper/article1909703.ece|accessdate=15 November 2014|publisher=The Hindu, Newspaper|date=12 September 2007}}</ref>