মহীশূৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
7 নং শাৰী:
 
২০০৫ চনৰ ডিচেম্বৰত কৰ্ণাটকৰ ৰাজ্য চৰকাৰে মহানগৰখনৰ [[ইংৰাজী]] নামটো Mysuru কৰাৰ সিদ্ধান্ত কৰে<ref name="ann">{{cite news|url=http://www.hindu.com/2005/12/19/stories/2005121906010600.htm|title=They will be Belagavi, Mangalooru, Mysuru from November next |newspaper=The Hindu|date=19 December 2005|accessdate=14 December 2007}}</ref> আৰু ২০১৪ চনৰ অক্টোবৰ মাহত ভাৰত চৰকাৰে এই সিদ্ধান্তক আদৰণি জনায়<ref>{{cite news|last1=Renaming|first1=Cities|title=Bangalore, Mysore, Other Karnataka Cities to be Renamed on 1 November|url=http://www.ibtimes.co.in/bangalore-mysore-other-karnataka-cities-be-renamed-1-november-611683|issue=ibtimes.co.in|publisher=ibtimes.co.in|date=18 October 2014}}</ref><ref>{{cite news|last1=Renaming|first1=Cities|title=Centre nod for Karnataka's proposal on renaming cities|url=http://www.thehindu.com/news/national/karnataka/centre-nod-for-karnatakas-proposal-on-renaming-cities/article6514079.ece|publisher=The Hindu|date=18 October 2014}}</ref><ref>{{cite news|last1=New City|first1=Names to Karnatka|title=New name for cities|url=http://www.thehindu.com/news/national/karnataka/from-bangalore-to-bengaluru/article6553314.ece|accessdate=1 November 2014|publisher=The Hindu}}</ref>।
 
==ভৌগোলিক অৱস্থান==
মহীশূৰৰ অৱস্থিতি {{Coord|12.30|N|74.65|E|}} আৰু গড় উচ্চতা ৭৭০ মিটাৰ আৰু কালি ১২৮.৪২ বৰ্গ কিল'মিটাৰ। ইয়াৰ ওচৰ চুবুৰীয়া মহানগৰ কেইখন হৈছে [[কেৰালাকেৰেলা]], [[তামিলনাডু]] ইত্যাদি। ভাষা [[কানাড়াকন্নড় ভাষা|কন্নড়]]। ইয়াত থকা কেইটামান পুখুৰীৰ নাম হৈছে কুক্কাৰাহালী, কাৰান্জী আৰু লিংগমবুধি। মহানগৰখন দুখন নদীৰ মাজত অৱস্থিত, [[কাবেৰী নদী]] আৰু কাবিনী নদী।
 
==জলবায়ু==
ইয়াত গ্ৰীষ্মকাল [[মাৰ্চ]] মাহৰ পৰা [[জুন]] মাহলৈ আৰু বৰ্ষাকাল হয় [[জুলাই]]ৰ পৰা [[নৱেম্বৰ]]ৰ ভিতৰত আৰু শীতকাল হয় [[ডিচেম্বৰ]]ৰ পৰা [[ফেব্ৰ ুৱাৰীফেব্ৰুৱাৰী]]ত। সৰ্বোচ্চ তাপমাত্ৰা আছিল ৩৯.৪ ডিগ্ৰী চেলচিয়াছ (১৯১৭ চনৰ ৪ এপ্ৰিল) আৰু সৰ্বনিম্ন ২০১২ চনৰ ১৬ জানুৱাৰীত ৭.৭ ডিগ্ৰী চেলচিয়াছ । বাৰ্ষিক গড় [[বৰষুণ]] হয় ৮০৪.২ মিলিমিটাৰ।
 
==তথ্য সংগ্ৰহ==
{{reflist}}
 
[[শ্ৰেণী:ভাৰতৰ নগৰ মহানগৰ]]
"https://as.wikipedia.org/wiki/মহীশূৰ"ৰ পৰা অনা হৈছে