ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2 নং শাৰী:
 
==ৰাষ্ট্ৰসংঘৰ স্বীকৃত ভাষা==
ৰাষ্ট্ৰসংঘই[[ৰাষ্ট্ৰসংঘ]]ই ৬ টা ভাষাক চৰকাৰী ভাষাৰূপে স্বীকৃতি দিছে৷ সেইকেইটা হ'ল: [[আৰবী ভাষা|আৰবী]], [[মান্য চীনা ভাষা|চীনা]], [[ইংৰাজী ভাষা|ইংৰাজী]], [[ফৰাচী ভাষা|ফৰাচী]], [[ৰাছিয়ানৰুছ ভাষা|ৰুছ]] আৰু [[স্পেনিছস্পেনীছ ভাষা|স্পেনীছ]]৷ ৰাষ্ট্ৰসংঘ গঠনৰ সময়তেই ইয়াৰে পাঁচটা ভাষাক নিৰ্বাচিত কৰা হৈছিল (ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰ দেশীয় ভাষাসমূহৰ লগতে স্পেনিছস্পেনীছ ভাষাক)৷ আৰবী ভাষাক ১৯৭৩ চনত যোগ কৰা হৈছিলহৈছিল৷ ৷ [[ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ]] কামকাজত ইংৰাজী আৰু ফৰাচী, এই দুটা ভাষাক ব্যৱহাৰ কৰা হয়৷ৰাষ্ট্ৰসংঘৰহয়৷ ৰাষ্ট্ৰসংঘৰ কাৰ্য্যালয়ৰ স্বীকৃত ভাষাৰ সংখ্যা কমাব লাগে নে (উদাহৰণ স্বৰূপে, কেৱল ইংৰাজী) বঢ়াব লাগে তাক লৈ সঘনাই বিবাদ হৈ থাকে৷ ২০০১ চনত স্পেনিছস্পেনীছ ভাষা অধ্যুষিত ৰাষ্ট্ৰসমূহে স্পেনিছস্পেনীছ ভাষাই ইংৰাজী ভাষাৰ সমপৰ্য্যায়ৰ মৰ্য্যদা নোপোৱা বুলি অভিযোগ তুলিছিল৷ [[হিন্দী ভাষাকভাষা]]ক ৰাষ্ট্ৰসংঘৰ সপ্তম চৰকাৰী ভাষাৰূপে স্বীকৃতি দিব লাগে বুলিও দাবী তোলা হৈছে৷ইংৰাজীহৈছে৷ ইংৰাজী ভাষাৰ বাবে ৰাষ্ট্ৰসংঘই ব্ৰিটিছ ব্যৱহাৰ আৰু অক্সফ'ৰ্ডৰ দ্বাৰা অনুমোদিত মান্য বানানক অনুসৰণ কৰে৷
 
 
==ভাৰতৰ ভাষা==
"https://as.wikipedia.org/wiki/ভাষা"ৰ পৰা অনা হৈছে