৩০ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''৩০ নৱেম্বৰ''' {{enwiki|30 November}} দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে...
 
2 নং শাৰী:
 
==ঘটনাৰাজী==
# [[ভূপেন হাজৰিকা]] পৰিচালিত ‘[[এৰা বাটৰ সুৰ]]’ অসমীয়া কথাছবিখনে মুক্তি পাইছিল ১৯৫৬ চনৰ আজিৰ দিনটোতে ৷
# ১৯৬৮ চনত আজিৰ দিনটোতে মৃত্যু হয় যশস্বী সাহিত্যিক [[জ্ঞাননাথ বৰা]]ৰ ।
# ভাৰতীয় উদ্ভিদ বিজ্ঞানী [[জগদীশ চন্দ্ৰ বসু]]ৰ জন্ম হয় ১৮৫৮ চনৰ আজিৰ দিনটোতে।