ষ্ট্ৰবেৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

24 নং শাৰী:
[[File:D-BW-Tettnang-Erdbeerernte.JPG|thumb|Harvest]]
==ষ্ট্ৰবেৰিৰ উৎপাদন স্থলী==
বৰ্তমান ষ্ট্ৰবেৰি উৎপাদন কৰা বিশ্বৰ মুখ্য দেশ হল – [[আমেৰিকা যুক্তৰাষ্ট্ৰ]],ইয়াৰ পাছতে তুৰ্কী,স্পেইন,ইজিপ্ট,দক্ষিণ কোৰিয়া,মেক্সিকো,জাপান,পোলেণ্ড,জাৰ্মেনি,ৰাছিয়া,ইটালি আৰু মৰক্কোৰ স্থান৷ ভাৰতবৰ্ষতো ষ্ট্ৰবেৰি কিছু পৰিমাণে কৰা হয়৷ বিশেষকৈ পাহাৰীয়া আৰু ঠাণ্ডা অঞ্চল বিশেষত ইয়াৰ খেতি ব্যৱসায়িক ভিত্তিত কৰা হয়৷ নাইনিতাল,ডেৰাডুন(উত্তৰ প্ৰদেশ),মহাবালেশ্বৰ(মহাৰাষ্ট্ৰ),কাস্মীৰ উপত্যকা,বেংগালুৰু আৰু কালিম্পঙত(পশ্চিমবংগ) ত এই খেতি বিস্তৃতভাৱে কৰা হয়৷ অৱশ্যে বৰ্তমান পুনে,নাচিক আৰু চাংগলীৰ সমতল ভূমিতো ষ্ট্ৰবেৰিৰ খেতি কৰা হয়৷ আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত কিছু ষ্ট্ৰবেৰিৰ বাগান দেখা যায়৷ তথ্যমতে মেঘালয়ে ভাৰতবৰ্ষৰ ষ্ট্ৰবেৰি উৎপাদন কৰা ৰাজ্যৰ ভিতৰত ষষ্ঠ স্থান দখল কৰিছে৷<ref name="গ্ৰন্থ ১" />
[[File:Charlotte aux fraises.JPG|thumbnail|left|Strawberry charlotte (Charlotte aux fraises)]]
==ষ্ট্ৰবেৰিৰ কৃষি পদ্ধতি==
"https://as.wikipedia.org/wiki/ষ্ট্ৰবেৰী"ৰ পৰা অনা হৈছে