এচিদ বৰষুণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
11 নং শাৰী:
*এচিদ বৰষুণে ঘৰ-দুৱাৰ,কীৰ্তিস্তম্ভ আদিৰ যথেষ্ট পৰিমাণে ক্ষতিসাধন কৰে। বিশেষকৈ মাৰ্বলেৰে নিৰ্মিত পুৰণি কীৰ্তিস্তম্ভবোৰক ই বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে। উদাহৰণ স্বৰূপে আগ্ৰাৰ তাজমহলৰ কথা উল্লেখ কৰিব পৰা যায়।
*এচিদ বৰষুণে প্ৰাচীন শিলালিপি সমূহ ক্ষয় নিয়ায়। গ্ৰীচ আৰু ইটালীত থকা এনেধৰণৰ বহু সৌন্দৰ্য্যবোধক শিলা স্তম্ভ এচিদ বৰষুণৰ দ্বাৰা দ্ৰবীভূত হব ধৰিছে।
*জলজ প্ৰাণী বিশেষকৈ মাছ ,এচিদ বৰষুণৰ দ্বাৰা বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। ছুইডেন,নৰৱে,[[কানাডা]] আদিৰ বহুতো হ্ৰদৰ মৎস্য বাসস্থান এই এচিদ বৰষুণৰ বাবে নাইকীয়া হৈছে।
*এচিদ বৰষুণৰ ফলত জলাশয়ৰ কাষৰ ধাতুনিৰ্মিত শিল সমূহৰ পৰা এলুমিনিয়াম,পাৰা,মেঙ্গানিজ,দস্তা আৰু সীহ আদি নিৰ্গত হৈ জলাশয়ৰ পানী জীৱৰ কাৰণে বিষময় কৰি তোলে।
*এচিদ বৰষুণে মাছৰ প্ৰজনন ক্ষমতা নাইকীয়া কৰি মাছৰ মৃত্যু ঘটায়।