তেত্ৰিশ কৌটি দেৱ মন্দিৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

39 নং শাৰী:
 
==মন্দিৰৰ পৰিচালনা আৰু বৰ্তমান পৰিস্থিতি==
ওপৰত কোৱা হৈছে যে চতুৰ্থ [[অসম আৰক্ষী]] বাহিনীয়ে মন্দিৰটো পোন-প্ৰথমে স্থাপন কৰি দিছিল; কিন্তু তথাপিও বৰ্তমান গাওঁখনৰ ৰাইজেই ইয়াৰ সমস্ত পৰিচালনা কৰে। গাওঁখনৰ যুবসংঘ আৰু মহিলা সমিতিয়ে মন্দিৰৰ বাবে বৰ্তমান ডাঙৰকৈ গণেশৰ মূৰ্তি, শিৱৰ মূৰ্তি, হনুমানৰ মূৰ্তি আদি বহুতো মূৰ্তি তৈয়াৰ কৰি আৰু লগতে কুঁৱা, অন্যান্য বস্তু আদি বান্ধি দিছে। মন্দিৰৰ চাৰিওফালৰ প্ৰাকৃতিক পৰিবেশ অতি মনোমোহা। অজস্ৰ পাৰ চৰায়ে মন্দিৰৰ পৰিবেশ শান্তিময় কৰি তুলিছে।<ref name="tsi"/>
 
==তথ্যসূত্ৰ==