ঔ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''ঔ'' অসমীয়া লিপিস্বৰবৰ্ণৰ একাদশ আখৰ। যি ধ্বনি মুখৰ কো...
 
Added {{অসমীয়া বৰ্ণমালা}}
1 নং শাৰী:
{{অসমীয়া বৰ্ণমালা}}
'''ঔ''' [[অসমীয়া লিপি]]ৰ [[স্বৰবৰ্ণ]]ৰ একাদশ [[আখৰ]]। যি ধ্বনি [[মুখ]]ৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।<ref>xobdo.org search result of স্বৰবৰ্ণ</ref> 'ঔ'ও এটি স্বৰধ্বনি, সেয়েহে 'ঔ' উচ্চাৰণ কৰোতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ঔ এটা দ্বিস্বৰ, ঔ=অ+উ।<ref>ডেকা আৰু ডেকাৰ 'ৰচনা প্ৰবাহ'ৰ অসমীয়া বৰ্ণমালা-- স্বৰবৰ্ণৰ মতে</ref>
 
==ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে==
"https://as.wikipedia.org/wiki/ঔ"ৰ পৰা অনা হৈছে