অক্সফৰ্ড ইংৰাজী অভিধান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
SlowPhoton (আলোচনা | বৰঙণি) Removed word list; Wikipedia should not contain long list of words |
||
1 নং শাৰী:
{{Infobox book series
| name = ''Oxford English Dictionary''
| image = [[File:OED2 volumes.jpg|200px|Cover]]
| country = {{GBR}}
| language = [[ইংৰাজী ভাষা|ইংৰাজী]]
| pub_date = {{start date|df=yes|1884}}
}}
এই অভিধান প্ৰণয়ণৰ কাম ১৮৫৭ চনতে আৰম্ভ হৈছিল যদিও ১৮৮৪ চনতহে ইয়াৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায়৷ পোণপ্ৰথমে এই অভিধানৰ শিৰোনামা ”''A New English Dictionary on Historical Principles; Founded Mainly on the Materials Collected by The Philological Society” ৰখা হৈছিল৷ ১৮৯৫ চনত'' ”''The Oxford English Dictionary'' (''OED'')” নামটো প্ৰথম ব্যৱহাৰ কৰা হয়৷ ১৯২৮ চনত দহটা খণ্ডৰে সৈতে এই অভিধানৰ পূৰ্ণাংগ ৰূপত পুন: প্ৰকাশিত হয়৷ ২০০০ চনৰ পৰা অভিধানখনৰ এটা তৃতীয় সংস্কৰণৰ কাম অব্যাহত আছে৷
অক্সফৰ্ড ইংৰাজী অভিধানৰ ইলেক্ট্ৰনিক সংস্কৰণটো প্ৰথম ১৯৮৮ চনত প্ৰকাশ পায়৷ ২০০০ চনত ইয়াৰ অনলাইন সংস্কৰণ মুকলি কৰা হয় যি বিপুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়৷ শেহতীয়াকৈ অক্সফৰ্ড ইউনিভাৰ্ছিটি প্ৰেছে ঘোষণা কৰে যে পৰৱৰ্ত্তী সংস্কৰণসমূহ ইলেক্ট্ৰনিক মাধ্যমতহে প্ৰকাশ কৰা হ’ব<ref name=":0">{{cite web|author = Jamieson |url = http://www.telegraph.co.uk/culture/books/booknews/7970391/Oxford-English-Dictionary-will-not-be-printed-again.html|title = Oxford English Dictionary 'will not be printed again'|accessdate=11 August 2012|first = Alastair|website = The Telegraph|date = 29 August 2010}}</ref><ref name=":7">{{Cite news|url = http://www.telegraph.co.uk/culture/culturenews/10777079/RIP-for-OED-as-worlds-finest-dictionary-goes-out-of-print.html|title = RIP for OED as world's finest dictionary goes out of print|last = Flanagan|first = Padraic|date = 20 April 2014|work = The Telegraph|accessdate = 8 June 2014}}</ref>৷
==তথ্য সংগ্ৰহ==
{{Reflist}}
[[Category:অভিধান]]
|