মুহাম্মদ ইউনুছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

38 নং শাৰী:
| repec_prefix = e | repec_id = pyu122
}}
'''অধ্যাপক ডঃ মুহাম্মদ ইউনুছ''' (জন্ম: ২৮ জুন, ১৯৪০) এজন [[বাংলাদেশ|বাংলাদেশী]] [[নোবেল বঁটা]] বিজয়ী বেংকাৰ আৰু অৰ্থনীতিবিদ। তেওঁ চট্টগ্ৰাম বিশ্ববিদ্যালয়ত [[অৰ্থনীতি]] বিভাগৰ এজন অধ্যাপক। তেওঁ ক্ষুদ্ৰঋণ ধাৰণাৰ প্ৰৱৰ্তক । অধ্যাপক ইউনুছ [[গ্ৰামীণ বেংক]]ৰ প্ৰতিষ্ঠাতা। মুহাম্মদ ইউনুছ আৰু তেওঁৰ দ্বাৰা প্ৰতিষ্ঠিত [[ গ্ৰামীণ বেংক]] যৌথভাবে [[২০০৬]] চনত শান্তিৰ [[নোবেল বঁটা]] লাভ কৰে। তেওঁ প্ৰথম [[বাংলাদেশ|বাংলাদেশী]] হিচাপে এই বঁটা লাভ কৰে। ইউনুছ ''বিশ্ব খাদ্য বঁটা'' সহ কেইবাটাও জাতীয় আৰু আন্তৰ্জাতিক পুৰস্কাৰ লাভ কৰে।
==পৰিয়াল আৰু শৈশৱ==
মুহাম্মদ ইউনুছ ১৯৪০ চনত চট্টগ্ৰাম জিলাৰ হাটহাজাৰী উপ জিলাৰ বাথুয়া গাঁৱত জন্মগ্ৰহণ কৰে। তেওঁ চট্টগ্ৰাম কলেজিয়েট স্কুল আৰু চট্টগ্ৰাম কলেজ শিক্ষা গ্ৰহণ কৰে। তেওঁৰ পিতাৰ নাম ''হাজী দুলা মিয়া সদাগৰ'' আৰু মাতাৰ নাম ''চুফিয়া খাতুন''। তেওঁৰ প্ৰথম বিদ্যালয় মহাজন ফকিৰৰ স্কুল। সপ্তম শ্ৰেণীত পঢ়ি থকাৰ সময়ত তেওঁ বয়েজ স্কাউটত যোগ দিয়ে আৰু বয়েজ স্কাউটৰ ফালৰ পৰা মাত্ৰ ১৫ বছৰ বয়সত [[আমেৰিকা যুক্তৰাষ্ট্ৰ|যুক্তৰাষ্ট্ৰ]], [[কানাডা|কানাডাসহ]] [[এছিয়া]] আৰু [[ইউৰোপ| ইউৰোপৰ ]] বিভিন্ন দেশ ভ্ৰমণ কৰে।
 
মুহাম্মদ ইউনুছৰ সহধৰ্মিনী ডঃ আফৰোজী ইউনুছ । ব্যক্তিগত জীৱনত মুহাম্মদ ইউনুছ দুই কন্যাৰ পিতা।
70 নং শাৰী:
{{reflist}}
== বহিঃসংযোগ ==
{{wikiquotes|Muhammad Yunus|মুহাম্মদ ইউনুছ}}
* [http://www.grameen-info.org/ গ্ৰামীন বেংক, ডঃ ইউনুছৰ স্বপ্ন]
* [http://www.worldfoodprize.org/laureates/Past/1994.htm ডঃ ইউনুছৰ জীৱনী - বিশ্ব খাদ্য পুৰস্কাৰ]
Line 76 ⟶ 75:
* [http://www.microcreditsummit.org/newsletter/speaking2.htm ডঃ মুহাম্মদ ইউনুছৰ এটি বক্তব্য]
[[শ্ৰেণী:ন’বেল বঁটা বিজয়ী]]
[[শ্ৰেণী:বাংলাদেশৰ বিখ্যাত ব্যক্তি]]