১৪ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

১8 নৱেম্বৰ-লৈ পুনৰ্নিৰ্দেশ কৰা হ'ল
টেগ্‌: New redirect
 
Removed redirect to ১8 নৱেম্বৰ
টেগ্‌: Removed redirect
1 নং শাৰী:
{{কেলেণ্ডাৰ|lk=on|month=10}}
#REDIRECT [[১8 নৱেম্বৰ]]
'''১৪ নৱেম্বৰ''' {{En|14 November}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩১৮ তম ([[অধিবৰ্ষ]]ত ৩১৯ তম) [[দিন]]৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪৭ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
==ঘটনাৰাজী==
# ১৯৪১ চনৰ আজিৰ সাহিত্যিক [[মামণি ৰয়ছম গোস্বামী]]ৰ (ইন্দিৰা গোস্বামী) জন্ম হয়।
# [[পৰমানন্দ বৰবায়ন]] আৰু [[সীমা বিশ্বাস]]ৰ নাম [[সংগীত নাটক একাডেমী]] বঁটাৰ বাবে ঘোষণা কৰা হয় ২০০২ চনৰ আজিৰ দিনটোতে।
# ১৮৮৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী [[জৱাহৰলাল নেহৰু]]ৰ জন্ম হয় । ১৯৫৭ চনত তেওঁৰ জন্ম দিনটোক ৰাষ্ট্ৰীয় শিশু দিৱস হিচাপে পালন কৰিবলৈ ঘোষণা কৰা হয়।
# আজিৰ দিনটোতে ১৭১৬ চনত জাৰ্মানীৰ গণিতজ্ঞ [[গটফ্ৰিড উইলহেম লিবনিৎজ]]ৰ মৃত্যু হয়। তেওঁ কলন গণিত বা কেলকুলাছৰ উদ্ভাৱক আছিল।
# প্ৰখ্যাত দাৰ্শনিক [[গৰ্গ উইলহেম হেগেল]]ৰ মৃত্যু হয় ১৮৩৩ চনৰ আজিৰ দিনটোতে। তেওঁৰ জন্ম হৈছিল জাৰ্মানিত।
# ইনছুলিনৰ আৱিষ্কাৰক কানাডাৰ বিজ্ঞানী [[ছাৰ ফ্ৰেডৰিক গ্ৰাণ্ট বেণ্টিঙ]]ৰ জন্ম হয় ১৮৯১ চনৰ আজিৰ দিনটোত। তেওঁ ১৯২১ চনত ইনছুলিন আৱিষ্কাৰ কৰে আৰু এই আৱিষ্কাৰৰ বাবে ১৯২৩ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।
# ১৯৬৯ চনৰ আজিৰ দিনটোতে এপলো-১২ মহকাশযানখন চন্দ্ৰ অভিমুখে উৎক্ষেপণ কৰা হয়।
 
== বাহ্যিক সংযোগ ==
{{commons|Category:14 November|১৪ নৱেম্বৰ}}
* [http://news.bbc.co.uk/onthisday/hi/dates/stories/november/14 বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা]
----
{{Months}}
#REDIRECT [[১8 শ্ৰেণী:নৱেম্বৰ]]