বলপে'ন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
 
1 নং শাৰী:
{{infobox product
| title = Ballpointবলপইণ্ট Penকলম
| image = [[File:Ballpoint-pen-parts.jpg|250px]]
| caption = Retractable ballpoint pen assemblage.
13 নং শাৰী:
}}
 
'''বলপইণ্ট কলম''' বা '''বলপে'ন''' ({{lang-en|Ballpoint Pen}}) চমুকৈএবিধ আমি কওঁ 'বলপে'ন'[[কলম]]পেনটোৰকলমটোৰ মুখত [[চিয়াঁহী]] ওলাবলৈ এটা সৰু বল থাকে বাবে পেনবিধৰকলমবিধৰ নাম হৈছিল 'বলপে'ন'৷ন৷ আজিকালি সমগ্ৰ [[বিশ্ব]]তে বলপে'ন বহুলভাৱে ব্যৱহৃত৷ বলপে'নবোৰত [[চিয়াঁহী]]ৰ পৰিৱৰ্ত্তে [[চিয়াঁহী]]ৰচিয়াঁহীৰ 'ৰিফিল'ৰ ব্যৱস্থা থাকে আৰু [[কাগজ]]ত লিখোঁতে বিয়পি যোৱাৰ সমস্যা নাথাকে৷ লিখাৰ লগে লগে শুকায় আৰু [[পানী]] পৰিলে নিবিয়পে৷ আটাইতকৈ সুবিধাজনক কথা হ'ল- এৰোপ্লেনৰ পাইলটসকলে আগতে ফাউণ্টেন পে'ন ব্যৱহাৰ কৰোঁতে [[বিমান]]ত ওপৰলৈ উৰি যাওঁতে [[বায়ু]]ৰ চাপ কমাৰ বাবে [[চিয়াঁহী]] পে'নৰ মুখেৰে ওলাই কাপোৰ-কানি নষ্ট কৰিছিল৷ বলপে'নৰ [[চিয়াঁহী]] ডাঠ হোৱাৰ বাবে [[চিয়াঁহী]] ওলাই যোৱাৰ সম্ভাৱনা নাথাকে৷ তদুপৰি বলপে'নবোৰ ইমানেই সস্তা,[[চিয়াঁহী]] শেষ হ'লে পেলাই দিব পাৰি৷ অৱশ্যে দামী বলপে'নত [[চিয়াঁহী]] শেষ হ'লে পুনৰ নতুন 'ৰিফিল' ব্যৱহাৰ কৰিব পাৰি৷ লিখাৰ উপৰিও চিত্ৰশিল্পীসকলে বলপে'নেৰে ছবিও আকেঁ৷
<ref name="গ্ৰন্থ ১" <ref>{{cite journal | title= (উদ্ভাৱনৰ কাহিনী) বলপেন |author= শান্তনু তামুলী | journal= (অকণিহঁতৰ বিজ্ঞান আলোচনী) নতুন আৱিষ্কাৰ | year= ২০১৩| month= ডিচেম্বৰ | volume= ২৬শ বছৰ | issue= দ্বাদশ সংখ্যা| pages= পৃষ্ঠা ১৭}}</ref>
 
21 নং শাৰী:
[[হাংগেৰী]]ৰ লেঝলো বিৰো আৰু তেওঁৰ ভাতৃ জৰ্জে লগ লাগি এবিধ উন্নতমানৰ বলপে'ন উদ্ভাৱন কৰিলে৷ বলপে'নত নতুন [[চিয়াঁহী]] ভৰাই তেওঁলোক সফল হ'ল৷ তেওঁলোকে ১৯৩৮ চনৰ ১৫ জুনত বলপে'ন উদ্ভাৱনৰ ব্ৰিটিছ পেটেণ্ট লাভ কৰিলে৷ ১৯৪৩ চনত তেওঁলোকে [[আৰ্জেণ্টিনা]]তো বলপে'নৰ পেটেণ্ট কৰে৷ 'বিৰো' নামেৰে বলপে'ন কেইবাখনো দেশৰ বজাৰত উপলব্ধ হ'ল৷<ref name="গ্ৰন্থ ১" />
 
[[Image:4 Bic Cristal pens and caps.jpg|thumb|right|300px|[[Bic Cristal]] ballpoint pens shown in four basic ink colours.]]
 
 
[[Image:4 Bic Cristal pens and caps.jpg|thumb|right|300px|[[Bic Cristal]] ballpoint pens shown in four basic ink colours.]]
[[File:McQueen ballpoint biro drawing art.jpg|thumb|Example of a ballpoint pen work-in-progress by artist James Mylne.]]
 
"https://as.wikipedia.org/wiki/বলপে%27ন"ৰ পৰা অনা হৈছে