জৰ্ডান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

{{Countries of Asia}} added
66 নং শাৰী:
১৯৪৮ চনত ফিলিস্তিনৰ অংশবিশেষ ইজৰাইলে স্বাধীনতা ঘোষণা কৰাত জৰ্ডান আৰু চাৰিখন আৰৱ ৰাষ্ট্ৰৰ লগত একত্ৰিত হৈ ইজৰাইল আক্ৰমণ কৰে। যুদ্ধশেষত ইজৰাইলী সকলে পশ্চিম জেৰুজালেম আৰু জৰ্ডানী সকলে পশ্চিম তীৰ আৰু পূব জেৰুজালেম দখল কৰে। ১৯৬৭ চনৰ জুন মাহত ছয় দিনৰ যুদ্ধত ইজৰাইল পূব জেৰুজালেম আৰু পশ্চিম তীৰো দখল কৰে। জৰ্ডান পশ্চিম তীৰক জৰ্ডানৰ অংশ হিচাপে দাবী কৰি থাকিলেও স্বাধীনতাকামী ফিলিস্তিনী সকলৰ দাবীৰ বাবে ১৯৮৮ চনত জৰ্ডানৰ বাদছাহ হুছেইনে পশ্চিম তীৰৰ ওপৰৰ পৰা জৰ্ডান দাবী প্ৰত্যাহাৰ কৰে।
 
বৰ্তমানে জৰ্ডানৰ উত্তৰে [[চিৰিয়াছিৰিয়া]], পূবে [[ইৰাক]] আৰু [[চৌদি আৰৱ]], দক্ষিণে চৌদি আৰৱ আৰু আকাবা উপসাগৰ আৰু পশ্চিমে [[ইজৰাইল]] আৰু পশ্চিম তীৰ। জৰ্ডানৰ আয়তন ৮৯,৫৫৬ বৰ্গকিলোমিটাৰ। আম্মান জৰ্ডানৰ বৃহত্তম চহৰ তথা ৰাজধানী।
 
{{Countries of Asia}}
[[শ্ৰেণী:এছিয়াৰ দেশ]]
"https://as.wikipedia.org/wiki/জৰ্ডান"ৰ পৰা অনা হৈছে