তাজিকিস্তান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎তথ্য উৎস: {{Countries of Asia}} added
81 নং শাৰী:
তাজিকিস্তানত ২০০৯ চনত ইছলামক চৰকাৰী ধৰ্ম হিচাপে ঘোষণা কৰা হৈছে। এই বিষয়টোৱে আন ছোভিয়েট দেশসমূহৰ মাজত তাজিকিস্তানক পৃথক কৰি তুলিছে। তাজিকিস্তানত অন্য যিকোনো ধৰ্ম পালনৰ পূৰ্ণ স্বাধীনতা আছে। ২০০৯ চনৰ তথ্যানুসাৰে দেশখনৰ ৯৮ শতাংশ লোক মুছলমান। তাৰে ভিতৰত ৯৫ শতাংশ চুন্নি আৰু ৩ শতাংশ চিয়া মুছলমান। আৰু বাকি দুই শতাংশৰ মাজত অৰ্থডক্স, প্ৰটেষ্টেণ্ট আৰু কেথলিক খ্ৰীষ্টান, বৌদ্ধ আৰু ইহুদি আছে। তাজিকিস্তানত ধৰ্মীয় স্বাধীনতা আৰু অধিকাৰ ভোগ কৰিবলৈ হলে ধৰ্মীয় সম্প্ৰদায়সমূহে ৰেজিষ্ট্ৰেচন কৰিবলগীয়া হয়। এই ৰেজিষ্ট্ৰেচন অবিহনে কোনো দল উপসনাৰ বাবে একত্ৰিত হব নোৱাৰে। ইয়াৰ ব্যতিক্ৰম হলে বৃহৎ অংকৰ জৰিমনাৰ লগতে তেওঁলোকৰ উপাসনাস্থল বন্ধ কৰি দিয়া হয়।<ref name=status-qp/>
==তথ্য উৎস==
{{Reflist}}
 
{{Countries of Asia}}
[[শ্ৰেণী:এছিয়াৰ দেশ]]