ইষ্টানবুল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2 বাইট বিলোপ কৰা হ’ল ,  4 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
No edit summary
}}
[[চিত্র:Panoramic view of Constantinople-1876-6a23331r.jpg|thumb|350px|১৮৭৬ চনৰ ইষ্টানবুল]]
'''ইষ্টানবুল''' (তুৰ্কী ভাষা: İstanbul ''ইষ্টান্‌বুল্‌'') [[তুৰ্কীতুৰস্ক]]ৰ অন্যতম প্রধান নগৰ। ইয়াৰ পুৰণি নাম ''কন্সটান্টিনোপল''। ইয়াৰোপৰি ই ''বাইজান্টিয়াম'' নামেও পৰিচিত আছিল। ই পূৰ্বে উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী আছিল। ১৪৫৩ চনত ই তৎকালীন উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী হিচাপে ঘোষিত কৰা হয়। ইষ্টানবুল তুৰ্কীৰ সংস্কৃতি আৰু অৰ্থনীতিৰ কেন্দ্ৰস্থল। ১৯২৩ চন পৰ্যন্ত ই তুৰ্কীৰ ৰাজধানী আছিল । ইষ্টানবুল তুৰ্কীৰ বৃহত্তম নগৰ যাৰ জনসংখ্যা ১২.৮ মিলিয়ন। ইয়াৰ আয়তন ৫.৩৪৩ বৰ্গ কিলোমিটাৰ (২,০৬৩বৰ্গ মাইল) । ইষ্টানবুল এক আন্তৰ্মহাদেশীয় নগৰ। নগৰ খনৰ এক তৃতীয়াংশ জনসংখ্যা [[এছিয়া]]ত বসৱাস কৰিলেও ই [[ইউৰোপ]]ৰ বাণিজ্যিক আৰু ঐতিহাসিক কেন্দ্র।
[[File:Rome-Capitole-StatueConstantin.jpg|left|thumb|upright|[[Constantine I]]]]
= জনসংখ্যা =
25,725

টা সম্পাদনা