১৫ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: ১৫ ফেব্ৰুৱাৰী ইতিহাসত আজিৰ দিনটো আজি বৌদ্ধ ধৰ্মী মহাযান পন্...
 
ৱিকিফাই
1 নং শাৰী:
{{Calendar|month=02|lk=on|float=right}}
১৫ ফেব্ৰুৱাৰী
'''১৫ ফেব্ৰুৱাৰী''' {{En|15 February}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৪৬তম [[দিন]]৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১৯ টা দিন ([[অধিবৰ্ষ]]ত ৩২০ দিন) বাকী থাকে৷
ইতিহাসত আজিৰ দিনটো
==উল্লেখযোগ্য ঘটনা==
এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
*1903 চনৰ আজিৰএই দিনটোতে Morrisমৰিছ Michtom এমিচটমে নিজৰ দোকানত নিজৰ হাতৰে টেডি বিয়েৰ পুতলা নিৰ্মাণ কৰে |কৰে। আৰু কম সময়ৰ ভিতৰতে পৃথিবীজুৰি অতি জনপ্ৰিয় হৈ উঠে |উঠে।
*১৮৭৯ চনৰ আজিৰএই দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ত মহিলা আইনজীৱিসকলে প্ৰথম প্ৰবেশৰপ্ৰৱেশৰ অনুমতি লাভ কৰে |কৰে।
== জন্ম ==
*১৫৬৪ চনত "আধুনিক বিজ্ঞান চৰ্চাৰ পিতৃস্বৰূপ" [[গেলিলিঅ’ গেলিলি]]ৰ জন্ম (মৃত্যু – ৮ জানুৱাৰী ১৬৪২)। তেওঁ ইটালী দেশৰ পদাৰ্থবিদ, গণিতজ্ঞ, জ্যোতিৰ্বিদ আৰু দাৰ্শনিক আছিল আৰু তেওঁ বৈজ্ঞানিক বিপ্লৱৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত ব্যক্তি আছিল। ১৬০৯ চনত উন্নত ধৰণৰ দূৰবীক্ষণ যন্ত্ৰ নিৰ্মাণ আৰু জ্যোতিৰ্বিদ্যাত এই যন্ত্ৰৰ সাৰ্থক প্ৰয়োগ কৰে। দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত তেওঁ বৃহস্পতি গ্ৰহৰ চাৰিটা উপগ্ৰহ আবিষ্কাৰ কৰে। ১৬১০ চনত তেওঁ শনিৰ বলয় আবিষ্কাৰ কৰে। উল্লেখযোগ্য যে তেওঁ চন্দ্ৰ কলংকৰো আৱিস্কাৰ কৰিছিল। সেই সময়ৰ বিস্বাস আছিল যে সূৰ্য্য পৃথিৱীৰ চাৰিওফালে ঘূৰে কিন্তু গেলিলিও প্ৰথমে তাৰ বিপৰীতে পৃথিৱীহে সূৰ্য্যৰ চাৰিওফালে ঘূৰে এই কথা ঘোষণা কৰাৰ কাৰণে তেওঁক নাস্তিকতাৰ দোষত মৃত্যুদণ্ড দিয়া হয়।
== মৃত্যু ==
*১৯৩৬ চনৰ এই দিনটোতে [[নবীন চন্দ্ৰ বৰদলৈ|কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ]]ৰ মৃত্যু হয়।
 
*১৯৪৮ চনত হিন্দী সাহিত্যৰ প্ৰসিদ্ধ কবি [[সুভদ্ৰা কুমাৰী চৌহানৰচৌহান]]ৰ মৃত্যু হয় | (জন্ম 16 আগষ্ট 1904১৯০৪)।
আজি বৌদ্ধ ধৰ্মী মহাযান পন্থীসকলৰ Parinirvana Day
(কিছুমানে 8 ফেব্ৰুৱাৰীটো পালন কৰে)
 
*১৮৬৯ চনত [[মিৰ্জা গালিব]]ৰ মৃত্যু (জন্ম ২৭ ডিচেম্বৰ ১৭৯৭)।
*"আধুনিক বিজ্ঞান চৰ্চাৰ পিতৃস্বৰূপ" গেলিলিঅ’ গেলিলিৰ জন্ম* (Galileo Galilei)
== দিৱস ==
জন্ম ১৫ফেব্ৰুৱাৰী ১৫৬৪ চনত |
*আজি [[বৌদ্ধ ধৰ্ম|বৌদ্ধ ধৰ্মী]] মহাযান পন্থীসকলৰ [[পৰিনিৰ্ৱান দিৱস]] (কিছুমানে 8 ফেব্ৰুৱাৰীটো পালন কৰে)।
মৃত্যু – ৮ জানুৱাৰী ১৬৪২ )
ইটালী দেশৰ পদাৰ্থবিদ, গণিতজ্ঞ, জ্যোতিৰ্বিদ আৰু দাৰ্শনিক আছিল আৰু তেওঁ বৈজ্ঞানিক বিপ্লৱৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত ব্যক্তি আছিল।
*১৬০৯ চনত উন্নত ধৰণৰ দূৰবীক্ষণ যন্ত্র নির্মাণ* আৰু জ্যোতির্বিদ্যাত এই যন্ত্ৰৰ সার্থক প্রয়োগ কৰে।
*দূৰবীক্ষণ যন্ত্রৰ সহায়ত তেওঁ বৃহস্পতি গ্রহৰ চাৰিটা উপগ্রহ আবিষ্কাৰ* কৰে |
*১৬১০ চনত তেওঁ শনিৰ বলয় আবিষ্কাৰ কৰে।*
উল্লেখযোগ্য যে তেওঁ *চন্দ্ৰ কলংকৰো আৱিস্কাৰ কৰিছিল |*
 
সেই সময়ৰ বিস্বাস আছিল যে সূৰ্য্য পৃথিৱীৰ চাৰিওফালে ঘূৰে কিন্তু গেলিলিও প্ৰথমে তাৰ বিপৰীতে পৃথিৱীহে সূৰ্য্যৰ চাৰিওফালে ঘূৰে এই কথা ঘোষণা কৰাৰ কাৰণে তেওঁক নাস্তিকতাৰ দোষত মৃত্যুদণ্ড দিয়া হয় |
 
1936 চনৰ আজিৰ দিনটোতে কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈৰ মৃত্যু হয় |
 
হিন্দী সাহিত্যৰ প্ৰসিদ্ধ কবি সুভদ্ৰা কুমাৰী চৌহানৰ মৃত্যু হয় | জন্ম 16 আগষ্ট 1904
মৃত্যু 15 ফেব্ৰুৱাৰী 1948
 
১৮৬৯ - মির্জা গালিবৰ মৃত্যু | (27 December 1797 – died 15 February 1869)
 
১৮৭৯ চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ত মহিলা আইনজীৱিসকলে প্ৰথম প্ৰবেশৰ অনুমতি লাভ কৰে |
 
1903 চনৰ আজিৰ দিনটোতে Morris Michtom এ নিজৰ দোকানত নিজৰ হাতৰে টেডি বিয়েৰ পুতলা নিৰ্মাণ কৰে | আৰু কম সময়ৰ ভিতৰতে পৃথিবীজুৰি অতি জনপ্ৰিয় হৈ উঠে |