বে'লৰ পক্ষাঘাত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা বেলৰ পক্ষাঘাতৰ পৰা বে'লৰ পক্ষাঘাতলৈ Gitartha.bordoloiয়ে স্থানান্তৰ কৰিলে: শুদ্ধ উচ্চাৰণ
No edit summary
1 নং শাৰী:
{{Infobox disease
| Name = বেলৰবে'লৰ পক্ষাঘাত (Bell's palsy)
| Image = Bellspalsy.JPG
| Caption = সোঁফালে বেলৰবে'লৰ পক্ষাঘাত হোৱা এজন লোকে দাঁত দেখুৱাবলৈ আৰু চেলাউৰি দাঙিবলৈ কৰা চেষ্টা।
| DiseasesDB = 1303
| ICD10 = {{ICD10|G|51|0|g|50}}
15 নং শাৰী:
}}
 
'''বেলৰ পক্ষাঘাত''' (Bell's palsy) হৈছে কৰোটিক স্নায়ু (Cranial nerve) নং ৭-এ (ফেচিয়েল নাৰ্ভ) কাম নকৰাৰ ফলত হোৱা মুখমণ্ডলৰ একপ্ৰকাৰৰ পক্ষাঘাত। ইয়াৰ ফলত পক্ষাঘাত হোৱা ফালে মুখৰ মাংসপেশীবোৰৰ নিয়ন্ত্ৰণ হেৰাই যায়। কেইবাটাও কাৰণত মুখৰ পক্ষাঘাত হ'ব পাৰে, যেনে- মগজুৰ টিউমাৰ, [[ষ্ট্ৰোক]], [[লাইম ৰোগ]] আদি। যদি পক্ষাঘাতৰ কোনো কাৰণ বিচাৰি পোৱা নাযায় তেতিয়া ইয়াক "বেলৰবে'লৰ পক্ষাঘাত" বোলা হয়। আজিৰ পৰা দুশ বছৰ আগতে [[স্কটলেণ্ড]]ৰ চাৰ্লচ[[চাৰ্লছ বেলবে'ল]] নামৰ চিকিৎসকজনে পোন প্ৰথমবাৰৰ বাবে এই ৰোগৰ বৰ্ণনা দিছিল কাৰণে ৰোগটোৰ লগত তেওঁৰ নাম যোগ দি "বেলচ্ পালচি" বুলি কোৱা হয়৷
 
মস্তিষ্কৰ ভিতৰৰ পৰা ওলাই অহা ৭ নম্বৰ স্নায়ুডাল হ'ল আননী স্নায়ু বা ফেচিয়েল নাৰ্ভ৷ এই স্নায়ুডাল কাণৰ পিছফালে এটি সৰু ছিদ্ৰই দি আহি মুখমণ্ডলৰ মাংসপেশী বিলাকৰ সৈতে জড়িত হৈ পৰেহি৷ আমাৰ হঁহা, মুখৰ বিভিন্ন অংগী-ভংগী কৰা,চকু টিপ মৰা, চকু খোলা-মেলা কৰা আদি সকলো ক্ৰিয়া এই স্নায়ুৰ যোগেদিহে পৰিচালিত হয়৷ গতিকে ফেচিয়েল নাৰ্ভৰ পক্ষাঘাত হলে এই সকলোবিলাক ক্ৰিয়া বাধাপ্ৰাপ্ত হয়৷
 
==লক্ষণসমূহ==
মুখ মণ্ডলৰ এফাল হঠাতে ৰাতিটোৰ ভিতৰত বেঁকা হৈ পৰে৷ সেই ফালৰ চকুটো সম্পূৰ্ণকৈ জপাব নোৱাৰা হয়৷ হাঁহিলে মুখখন এপিনে বেঁকা হৈ পৰে৷ খাওঁতে,গিলোতে কিছু অসুবিধা অনুভৱ হয়৷ দুদিনৰ ভিতৰত লক্ষণসমূহ স্পষ্ট হৈ ধৰা দিয়ে৷ কেতিয়াবা কাণৰ ভিতৰত কিছু বিষৰ অনুভৱ হয়৷ লেলাওটি ববব'ব পাৰে৷ বন্ধ নোহোৱা চকু শুষ্ক বা পানী বৈ থকা পৰিলক্ষিত হয়৷ মুখৰ ৰুচি কমি যায়৷ পুৰুষ মহিলা সকলোৰে এই ৰোগ হব পাৰে৷ সাধাৰণতে ১৫ৰ পৰা ৬০ বছৰৰ বয়সত এই ৰোগ হোৱা দেখা যায়৷ কিন্তু যি কোনো বয়সতে এই ৰোগ হব পাৰে৷ বিশ্বৰ মুঠ জনসংখ্যাৰ ০. ০২ % লোকক এই ৰোগত ভোগা দেখা গৈছে৷ ইংলেণ্ডত প্ৰতি বছৰে প্ৰত্যেক ৫০০০জনৰ ভিতৰত এজনে এই ৰোগত ভোগে৷ আনহাতে আমেৰিকাত বছৰি ৪০০০০জনে "বেলচ্ ফেচিয়েল পালচিত আক্ৰান্ত হয়৷ ডায়েবেটিচ, গৰ্ভাৱস্থা, শ্বাসজনিত ৰোগত ভোগা লোক আৰু ৰোগ প্ৰতিৰোধৰ কম ক্ষমতা থকা লোকক সহজতে ৰোগাক্ৰান্ত হোৱা দেখা যায়৷ ৯৯% ৰোগীৰ মুখমণ্ডলৰ দুৰ্বলতা বা পেৰালাইচিচ এফালেহে হয়৷ কাচিৎ ১% ৰোগীৰ দুয়োপিনে দুৰ্বলতা হোৱা দেখা যায়৷ ৮৫% ৰোগী তিনিসপ্তাহৰ ভিতৰত সম্পূৰ্ণ আৰোগ্য হয়৷ বাকী ১৫%ৰ ক্ষেত্ৰত ৩ৰ পৰা ৬মাহ সময় লাগে৷ সাধাৰণতে দেখা দিয়া উপসৰ্গসমূহ হ'ল - মাংসপেশী কঠোৰ অনুভৱ হোৱা, মাংসপেশীৰ কঁপনি উঠা আৰু চকুলো সঘনাই নিগৰি থকা৷
 
==ৰোগৰ কাৰণ==