পুনে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Infobox settlement
| name = Puneপুনে
| official_name = '''Pune'''পুনে
| native_name = পুনেपुणे
| native_name_lang = mr
| other_name =
| settlement_type = [[Metropolis]]মহানগৰ
| image_skyline = Pune Montage.JPG
|| imagesize = 250px
64 নং শাৰী:
}}
 
'''পুনে''' (ইংৰাজী:Pune{{Lang-mr|पुणे}}) ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ এখন মহানগৰ। ইয়াক পূৰ্বতে পুনা নামেৰে জনা গৈছিল। মহাৰাষ্ট্ৰৰ মুলা আৰু মুথা নদীৰ সংগম স্থলীত ইতিহাস প্ৰসিদ্ধ পুনে নগৰী অৱস্থিত। ‘দাক্ষিণাত্যৰ ৰাণী’ নামেৰে পৰিচিত পুনে নগৰী মাৰাঠা সকলৰ সাংস্কৃতিক ৰাজধানী বুলিও জনা যায়। সপ্তদশ শতিকাত পুনে নগৰী মাৰাঠা সকলৰ ৰাজধানী আছিল। তাৰ পিছত কিছুবছৰ পুনে মোগল সাম্ৰাজ্যৰ অধীন হয় যদিও পিছত পুনেক পুনৰ উদ্ধাৰ কৰি মাৰাঠা সকলে ৰাজধানী পাতে। ১৮১৭ চনত ব্ৰিটিছ সকলে পুনেত আধিপত্য বিস্তাৰ কৰে। ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত বোম্বে প্ৰেছিডেন্সিৰ পুনে ঋতুকালীন ৰাজধানী আছিল।
 
==পুনে নগৰীৰ ঐতিহাসিক গুৰুত্ব:==
পুনে নগৰখনৰ আশে-পাশে ঐতিহাসিক গুৰুত্ব সমৃদ্ধ কেইবাটাও কীৰ্তিস্তম্ভ আছে। এই আটাইবোৰে প্ৰাচীন মাৰাঠা সাম্ৰাজ্যৰ গৌৰৱোজ্জ্বল ইতিহাসৰ চানেকি প্ৰদান কৰে। পুনে নগৰীত অৱস্থিত ভীমাশংকৰ শিৱ মন্দিৰ ভাৰতৰ ১২ টা জ্যোতিৰ্লিংগৰ অন্যতম। অতীজৰ তুকাৰাম, জ্ঞানেশ্বৰ আদি অনেক সাধু-কবিয়ে পুনে অঞ্চলত বাস কৰিছিল। <ref>শান্তনু কৌশিক বৰুৱা, জ্ঞানাঞ্জন, প্ৰান্তিক, ৩৫শ বছৰ, ৪ৰ্থ সংখ্যা, পৃষ্ঠা নং: ১৯</ref>
 
==পুনে নগৰীৰ ঔদ্যোগিক প্ৰতিষ্ঠান:==
পুনে নগৰীত যথেষ্ট সংখ্যক ঔদ্যোগিক প্ৰতিষ্ঠান গঢ় লৈ উঠিছে আৰু ইয়ে নগৰখনৰ অৰ্থনৈতিক ভেটি সবল কৰি তুলিছে। ইয়াত থকা প্ৰধান উদ্যোগবোৰ হ’ল- গাড়ী, স্কুটাৰ, ট্ৰাক নিৰ্মাণ প্ৰ্তিষ্ঠান, এণ্টিবায়টিক ফাৰ্মাচিউটিকেল উদ্যোগ ইত্যাদি। পুনে মহানগৰীত সামৰিক সামগ্ৰী উৎপাদন কাৰখানা এটিও আছে।
 
==পুনে নগৰীৰ উল্লেখযোগ্য শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠান:==
'''পুনে''' (ইংৰাজী:Pune) ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ এখন মহানগৰ। ইয়াক পূৰ্বতে পুনা নামেৰে জনা গৈছিল। মহাৰাষ্ট্ৰৰ মুলা আৰু মুথা নদীৰ সংগম স্থলীত ইতিহাস প্ৰসিদ্ধ পুনে নগৰী অৱস্থিত। ‘দাক্ষিণাত্যৰ ৰাণী’ নামেৰে পৰিচিত পুনে নগৰী মাৰাঠা সকলৰ সাংস্কৃতিক ৰাজধানী বুলিও জনা যায়। সপ্তদশ শতিকাত পুনে নগৰী মাৰাঠা সকলৰ ৰাজধানী আছিল। তাৰ পিছত কিছুবছৰ পুনে মোগল সাম্ৰাজ্যৰ অধীন হয় যদিও পিছত পুনেক পুনৰ উদ্ধাৰ কৰি মাৰাঠা সকলে ৰাজধানী পাতে। ১৮১৭ চনত ব্ৰিটিছ সকলে পুনেত আধিপত্য বিস্তাৰ কৰে। ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত বোম্বে প্ৰেছিডেন্সিৰ পুনে ঋতুকালীন ৰাজধানী আছিল।
==পুনে নগৰীৰ উল্লেখযোগ্য শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠান:==
অতীজৰে পৰা পুনে নগৰী ভাৰতৰ এক অন্যতম শৈক্ষিক আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে চিহ্নিত হৈ আহিছে। ইয়াত অৱস্থিত প্ৰখ্যাত শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠান সমূহ হ’ল:
#ভাণ্ডাৰকাৰ অৰিয়েণ্টেল ৰিছাৰ্চ ইনষ্টিটিউট
Line 81 ⟶ 86:
#আৰ্মড ফোৰ্চ মেডিকেল কলেজ
 
==পুনে নগৰীৰ ঔদ্যোগিক প্ৰতিষ্ঠান:==
পুনে নগৰীত যথেষ্ট সংখ্যক ঔদ্যোগিক প্ৰতিষ্ঠান গঢ় লৈ উঠিছে আৰু ইয়ে নগৰখনৰ অৰ্থনৈতিক ভেটি সবল কৰি তুলিছে। ইয়াত থকা প্ৰধান উদ্যোগবোৰ হ’ল- গাড়ী, স্কুটাৰ, ট্ৰাক নিৰ্মাণ প্ৰ্তিষ্ঠান, এণ্টিবায়টিক ফাৰ্মাচিউটিকেল উদ্যোগ ইত্যাদি। পুনে মহানগৰীত সামৰিক সামগ্ৰী উৎপাদন কাৰখানা এটিও আছে।
==পুনে নগৰীৰ ঐতিহাসিক গুৰুত্ব:==
পুনে নগৰখনৰ আশে-পাশে ঐতিহাসিক গুৰুত্ব সমৃদ্ধ কেইবাটাও কীৰ্তিস্তম্ভ আছে। এই আটাইবোৰে প্ৰাচীন মাৰাঠা সাম্ৰাজ্যৰ গৌৰৱোজ্জ্বল ইতিহাসৰ চানেকি প্ৰদান কৰে। পুনে নগৰীত অৱস্থিত ভীমাশংকৰ শিৱ মন্দিৰ ভাৰতৰ ১২ টা জ্যোতিৰ্লিংগৰ অন্যতম। অতীজৰ তুকাৰাম, জ্ঞানেশ্বৰ আদি অনেক সাধু-কবিয়ে পুনে অঞ্চলত বাস কৰিছিল। <ref>শান্তনু কৌশিক বৰুৱা, জ্ঞানাঞ্জন, প্ৰান্তিক, ৩৫শ বছৰ, ৪ৰ্থ সংখ্যা, পৃষ্ঠা নং: ১৯</ref>
==তথ্যসূত্ৰ:==
{{reflist}}
 
[[শ্ৰেণী:ভাৰতৰ নগৰ মহানগৰ]]
"https://as.wikipedia.org/wiki/পুনে"ৰ পৰা অনা হৈছে