"কবিতা"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1,370 বাইট যোগ দিয়া হ’ল ,  3 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
টেগ্‌: ম'বাইল এপ্‌ সম্পাদনা ম'বাইল সম্পাদনা
যৎক্ৰৌঞ্চমিথুনাদেকমবধীঃ কামমোহিতম্‌।।
}}
 
=== কবিতাৰ সংজ্ঞা ===
জনচনৰ মতে,"কবিতা হ'ল ছন্দোবদ্ধ ৰচনা।"
 
ৱৰ্ডচৱৰ্থৰ মতে, "নিৰলাত সোঁৱৰা হিয়াৰ আৱেগেই কবিতা।"
 
অন্য় এটা সংজ্ঞাত তেওঁ আকৌ কৈছে, "উপচি উঠি আপোনা-আপুনি পাৰ বাগৰি যোৱা আৱেগৰ ঢলেই কবিতা।"
 
মেথিউ আৰ্নল্ডৰ মতে,"কবিতা হ'ল জীৱন-বীক্ষা।"
 
ক'লেৰিজৰ মতে,"উতকৃষ্টতম শব্দপুঞ্জৰ উতকৃষ্টতম বিন্য়াসেই কবিতা।
 
অডেনৰ মতে," কবিতা হ'ল স্মৰণীয় বাক্য়।"
 
কাৰ্লাইলৰ মতে, "কবিতা হ'ল সংগীতময় চিন্তা।"
 
থিয়োডৰ ৱাট্ছ-ডান্টনৰ মতে, <nowiki>''</nowiki>কবিতা হ'ল আৱেগময় আৰু ছন্দোস্পন্দিত ভাষাৰ মাধ্য়মত মানৱীয় মনৰ মূৰ্তিমান আৰু শিল্পিত অভিব্য়ক্তি।"
 
== বৈশিষ্ট্য ==
12

টা সম্পাদনা