আৰৱ সাগৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{Infobox lake
| name = আৰৱ সাগৰ <br/> Arabian Sea
| image_bathymetry = Arabian Sea map.png
|image=
| coords = {{coord|18|N|66|E|type:waterbody_scale:10000000|display=inline,title}}
|caption=
| basin_countries = [[ভাৰত]], [[ইৰাণ]], [[মালদ্বীপ]], [[ওমান]], [[পাকিস্তান]], [[ছুমালিয়া]], [[য়েমেন]]
|image_bathymetry=Arabian Sea map.png
| width = ২,৪০০ কিমি
|caption_bathymetry=
| area = ৩৮,৬২,০০০ বৰ্গ কিমি
|location=
| max-depth = ৪,৬৫২ মিটাৰ
|coords={{coord|18|N|66|E|type:waterbody_scale:10000000|display=inline,title}}
|type=
|inflow=
|outflow=
|catchment=
|basin_countries=[[ভাৰত]], [[ইৰাণ]], [[মালদ্বীপ]], [[ওমান]], [[পাকিস্তান]], [[ছুমালিয়া]], [[য়েমেন]]
|length=
|width={{convert|2400|km|mi|abbr=on}}
|area={{convert|3862000|km2|sqmi|abbr=on}}
|depth=
|max-depth={{convert|4652|m|ft|abbr=on}}
|volume=
|residence_time=
|shore=
|elevation=
|frozen=
|islands=
|cities=
|reference=
}}
'''আৰৱ সাগৰ''' উত্তৰ [[ভাৰত মহাসাগৰ]]ৰ অংশবিশেষ। ইয়াৰ উত্তৰে [[পাকিস্তান]] আৰু [[ইৰাণ]], পশ্চিমে [[ছুমালিয়া]]ৰ উত্তৰ-পূব অংশ আৰু আৰৱ উপদ্বীপ আৰু পূবে [[ভাৰত]] অৱস্থিত। ঐতিহাসিকভাৱে এই সাগৰৰ কেইবাটাও নাম প্ৰচলিত আছিল। সিন্ধু সাগৰ, ইৰীথ্ৰীন সাগৰ আৰু পাৰ্ছীয়ান সাগৰ ইয়াৰ পূৰ্বৰ নাম। ইয়াৰ মুঠ আয়তন ৩৮,৬২,০০০ {{convert|3862000|km2|sqmi|-3|abbr=on}}বৰ্গ কিমি আৰু সৰ্বনিম্ন গভীৰতা {{convert|4652|m|ft|0}}।৪,৬৫২ মিটাৰ। এডেন উপসাগৰ ইয়াৰ দক্ষিণ-পশ্চিম দিশত অৱস্থিত। বাব-ইল-মানদেবে আৰৱ সাগৰ আৰু [[লোহিত সাগৰ]]ক সংযোগ কৰিছে। ওমান উপসাগৰ ইয়াৰ উত্তৰ পশ্চিম দিশতঅৱস্থিত আৰু ই এৰাব সাগৰ আৰু পাৰ্ছীয়ান উপসাগৰক সংযোগ কৰিছে।
 
খ্ৰীষ্টপূৰ্ব দুই হাজাৰৰ পৰা তিনি হাজাৰ বছৰ আগৰ পৰায়ে আৰৱ সাগৰ অতি গুৰুত্বপূৰ্ণ সামুদ্ৰিক বাণিজ্যৰ পথ আছিল। ইয়াৰ পাৰত অৱস্থিত উল্লেখযোগ্য বন্দৰ সমূহ হল: [[মুম্বাই]]ৰ জৱাহৰলাল নেহৰু বন্দৰ, কাণ্ডলা বন্দৰ, [[গোৱা]]ৰ মৰ্মগাঁও, [[পাকিস্তান]]ৰ [[কৰাচী]] আৰু গৱাদাৰ বন্দৰ আৰু ওমানৰ চালালাহ বন্দৰ। আৰৱ সাগৰৰ বৃহত্তম দ্বীপসমূহ হল: য়েমেনৰ ছ'ক'ট্ৰা, ওমানৰ মাশীৰাহ, পাকিস্তানৰ অষ্টলা দ্বীপ আৰু ভাৰতৰ এন্ডৰত।
 
==বৰ্ণনা==
[[File:Arabian Sea - October 2012.jpg|thumb|left|মহাকাশৰ পৰা তোলা আৰৱ সাগৰৰ ছবি]]
[[File:PeriplusAncientMap.jpg|thumb|right| ১৭ শতিকাৰ আৰৱ সাগৰৰ মানচিত্ৰ]]
আৰৱ সাগৰৰ আয়তন ৩৮,৬২,০০০ বৰ্গ কিলোমিটাৰকিলোমিটাৰ।<ref>[http://www.britannica.com/EBchecked/topic/31653/Arabian-Sea Arabian Sea], Encyclopædia Britannica</ref> ইয়াৰ সৰ্বোচ্চ প্ৰস্থ প্ৰায় ২,৪০০ কিলোমিটাৰ আৰু ইয়াৰ সৰ্বনিম্ন গভীৰতা ৪,৬০০ মিটাৰ।<ref>http://ibis.grdl.noaa.gov/cgi-bin/bathy/bathD.pl</ref> সিন্ধু নদ আৰৱ সাগৰলৈ প্ৰবাহিত সৰ্ববৃহৎ নদী।
 
আৰৱ সাগৰৰ দুটা গুৰুত্বপূৰ্ণ শাখা আছে। প্ৰথমটো হল এডেন উপসাগৰ দক্ষিণ-পশ্চিমে বাব-আল-মান্দিবকে লোহিত সাগৰৰ লগত সংযোগ কৰিছে। দ্বিতীয়টো ওমান উপসাগৰ যি উত্তৰ-পূবে পাৰস্য বা পাৰ্ছীয়ান উপসাগৰক আৰৱ সাগৰৰ লগত সংযোগ কৰিছে।
Line 41 ⟶ 24:
 
অতি প্ৰাচীন সভ্যতা সমূহ এই আৰৱ সাগৰৰ তীৰৰ আশে পাশে গঢ় লৈ উঠিছিল। এই সভ্যতা সমূহত পণ্যদ্ৰৱ্য আৰু মালবস্তু পৰিবহণৰ বাবে আৰৱ সাগৰৰ পাৰত কেইবাটাও সৰু সৰু বন্দৰ তৈয়াৰ কৰি লৈছিল। ইয়াৰ ভিতৰত [[মিছৰীয় সভ্যতা]], আলেক্সজেন্দ্ৰীয়া সভ্যতা আৰু [[সিন্ধু সভ্যতা]] অন্যতম। বৰ্তমানেও আৰৱ সাগৰ সমগ্ৰ পৃথিৱীৰ বাবে এটি গুৰুত্বপূৰ্ণ বাণিজ্য পথ হিচাপে পৰিচিত।
 
==তথ্য উৎস==
{{reflist}}
 
[[শ্ৰেণী:সাগৰ]]
"https://as.wikipedia.org/wiki/আৰৱ_সাগৰ"ৰ পৰা অনা হৈছে