"১৪ ছেপ্টেম্বৰ"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

84 বাইট যোগ দিয়া হ’ল ,  4 বছৰৰ পূৰ্বে
(নতুন পৃষ্ঠা: ==জন্ম== # ১৮৪৯ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ জীৱ বিজ্ঞানী আইভান পে...)
 
==অনান্য==
# ১৮৯৭ চনৰ আজিৰ দিনটোতে [[বাল গংগাধৰ তিলক]]ক ১৮ মাহৰ বাবে কাৰাদণ্ড দিয়া হৈছিল ।
# অনুৰাগ বসু লিখিত আৰু পৰিচালিত [[বৰ্ফি!]] কথাছবিখনে মুক্তি পাইছিল ২০১২ চনৰ আজিৰ দিনটোতে ৷
# ১৯৯৪ চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰে নতুন ঔষধ নীতি গ্ৰহণ কৰে ।
# ১৯৩৯ চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় আইন সভাৰ পৰামৰ্শ নকৰাকৈ ভাৰতক প্ৰথম মহাসমৰত জড়িত কৰাৰ প্ৰতিবাদত কংগ্ৰেছৰ আইন সভা ত্যাগ কৰে ।
 
[[শ্ৰেণী:ছেপ্টেম্বৰ]]
[[শ্ৰেণী:ইংৰাজী বৰ্ষপঞ্জীৰ দিন]]
25,725

টা সম্পাদনা