"কবিতা"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

30 বাইট যোগ দিয়া হ’ল ,  3 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
=== কবিতাৰ সংজ্ঞা ===
প্ৰাচ্য়ৰ পণ্ডিতসকলে আগবঢ়োৱা সংজ্ঞাঃ
প্ৰাচ্য়ৰ পণ্ডিতসকলৰ সৰহভাগেই কবিতাৰ আত্মা বিচাৰি বহু সিদ্ধান্তত উপনীত হৈ বস্ত্ ু ধৰ্মী সংক্ষিপ্ত সংজ্ঞা নিৰ্দেশৰ কথা পাহৰিয়েই গৈছে। প্ৰাচ্য়ৰ কেৱল দুজন আলংকৰিকৰ লেখাতলেখাতহে কবিতাৰ সংজ্ঞাক সূত্ৰৰ আকাৰত পোৱা যায়। সেই দুজন হ'ল- ভামহ আৰু বিশ্বনাথ কবিৰাজ।
 
কাব্য়লংকাৰ প্ৰণেতা ভামহৰ মতে,"শব্দাৰ্থৌ সহিতৌ কাব্য়ম"‌----- অৰ্থাতঅৰ্থাত্‍ শব্দ আৰু অৰ্থৰ যুগল বসতিয়েই কবিতা।
 
বিশ্বনাথ কবিৰাজে তেওঁৰ "সাহিত্য় দৰ্পণ" নামৰ গ্ৰন্থত কবিতাৰ সংজ্ঞা এইদৰে আগবঢ়াইছে-----"বাক্য়ং ৰসাত্মকং কাব্য়ম"--অৰ্থাতঅৰ্থাত্‍ ৰসময় বাক্য়ই কবিতা।
পাশ্চাত্য়ৰ পণ্ডিতসকলে আগবঢ়োৱা সংজ্ঞাঃ
জনচনৰ মতে,"কবিতা হ'ল ছন্দোবদ্ধ ৰচনা।"
মেথিউ আৰ্নল্ডৰ মতে,"কবিতা হ'ল জীৱন-বীক্ষা।"
 
ক'লেৰিজৰ মতে,"উতকৃষ্টতমউত্‍কৃষ্টতম শব্দপুঞ্জৰ উতকৃষ্টতমউত্‍কৃষ্টতম বিন্য়াসেই কবিতা।
 
অডেনৰ মতে," কবিতা হ'ল স্মৰণীয় বাক্য়।"
12

টা সম্পাদনা