কবিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
13 নং শাৰী:
=== কবিতাৰ সংজ্ঞা ===
প্ৰাচ্য়ৰ পণ্ডিতসকলে আগবঢ়োৱা সংজ্ঞাঃ
প্ৰাচ্য়ৰ পণ্ডিতসকলৰ সৰহভাগেই কবিতাৰ আত্মা বিচাৰি বহু সিদ্ধান্তত উপনীত হৈ বস্ত্ ু ধৰ্মীবস্তুধৰ্মী সংক্ষিপ্ত সংজ্ঞা নিৰ্দেশৰ কথা পাহৰিয়েই গৈছে। প্ৰাচ্য়ৰ কেৱল দুজন আলংকৰিকৰ লেখাতহে কবিতাৰ সংজ্ঞাক সূত্ৰৰ আকাৰত পোৱা যায়। সেই দুজন হ'ল- ভামহ আৰু বিশ্বনাথ কবিৰাজ।
 
কাব্য়লংকাৰকাব্যলংকাৰ প্ৰণেতা ভামহৰ মতে,"শব্দাৰ্থৌ সহিতৌ কাব্য়মকাব্যম"‌----- অৰ্থাত্‍ শব্দ আৰু অৰ্থৰ যুগল বসতিয়েই কবিতা।
 
বিশ্বনাথ কবিৰাজে তেওঁৰ "সাহিত্য় দৰ্পণ" নামৰ গ্ৰন্থত কবিতাৰ সংজ্ঞা এইদৰে আগবঢ়াইছে-----"বাক্য়ংবাক্যং ৰসাত্মকং কাব্য়মকাব্যম"--অৰ্থাত্‍ ৰসময় বাক্য়ইবাক্যই কবিতা।
পাশ্চাত্য়ৰ পণ্ডিতসকলে আগবঢ়োৱা সংজ্ঞাঃ
জনচনৰ মতে,"কবিতা হ'ল ছন্দোবদ্ধ ৰচনা।"
23 নং শাৰী:
ৱৰ্ডচৱৰ্থৰ মতে, "নিৰলাত সোঁৱৰা হিয়াৰ আৱেগেই কবিতা।"
 
অন্য়অন্য এটা সংজ্ঞাত তেওঁ আকৌ কৈছে, "উপচি উঠি আপোনা-আপুনি পাৰ বাগৰি যোৱা আৱেগৰ ঢলেই কবিতা।"
 
মেথিউ আৰ্নল্ডৰ মতে,"কবিতা হ'ল জীৱন-বীক্ষা।"
 
ক'লেৰিজৰ মতে,"উত্‍কৃষ্টতম শব্দপুঞ্জৰ উত্‍কৃষ্টতম বিন্য়াসেইবিন্যাসেই কবিতা।
 
অডেনৰ মতে," কবিতা হ'ল স্মৰণীয় বাক্য়।"
33 নং শাৰী:
কাৰ্লাইলৰ মতে, "কবিতা হ'ল সংগীতময় চিন্তা।"
 
থিয়োডৰ ৱাট্ছ-ডান্টনৰ মতে, <nowiki>''</nowiki>কবিতা হ'ল আৱেগময় আৰু ছন্দোস্পন্দিত ভাষাৰ মাধ্য়মত মানৱীয় মনৰ মূৰ্তিমান আৰু শিল্পিত অভিব্য়ক্তি।"
 
== বৈশিষ্ট্য ==
"https://as.wikipedia.org/wiki/কবিতা"ৰ পৰা অনা হৈছে