কবিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
13 নং শাৰী:
=== কবিতাৰ সংজ্ঞা ===
প্ৰাচ্যৰ পণ্ডিতসকলে আগবঢ়োৱা সংজ্ঞাঃ
প্ৰাচ্যৰ পণ্ডিতসকলৰ সৰহভাগেই কবিতাৰ আত্মা বিচাৰি বহু সিদ্ধান্তত উপনীত হৈ বস্তুধৰ্মী সংক্ষিপ্ত সংজ্ঞা নিৰ্দেশৰ কথা পাহৰিয়েই গৈছে। প্ৰাচ্য়ৰপ্ৰাচ্যৰ কেৱল দুজন আলংকৰিকৰ লেখাতহে কবিতাৰ সংজ্ঞাক সূত্ৰৰ আকাৰত পোৱা যায়। সেই দুজন হ'ল- ভামহ আৰু বিশ্বনাথ কবিৰাজ।
 
কাব্যলংকাৰ প্ৰণেতা ভামহৰ মতে,"শব্দাৰ্থৌ সহিতৌ কাব্যম"‌----- অৰ্থাত্‍ শব্দ আৰু অৰ্থৰ যুগল বসতিয়েই কবিতা।
 
বিশ্বনাথ কবিৰাজে তেওঁৰ "সাহিত্য়সাহিত্য দৰ্পণ" নামৰ গ্ৰন্থত কবিতাৰ সংজ্ঞা এইদৰে আগবঢ়াইছে-----"বাক্যং ৰসাত্মকং কাব্যম"--অৰ্থাত্‍ ৰসময় বাক্যই কবিতা।
পাশ্চাত্য়ৰপাশ্চাত্যৰ পণ্ডিতসকলে আগবঢ়োৱা সংজ্ঞাঃ
জনচনৰ মতে,"কবিতা হ'ল ছন্দোবদ্ধ ৰচনা।"
 
33 নং শাৰী:
কাৰ্লাইলৰ মতে, "কবিতা হ'ল সংগীতময় চিন্তা।"
 
থিয়োডৰ ৱাট্ছ-ডান্টনৰ মতে, কবিতা হ'ল আৱেগময় আৰু ছন্দোস্পন্দিত ভাষাৰ মাধ্য়মতমাধ্যমত মানৱীয় মনৰ মূৰ্তিমান আৰু শিল্পিত অভিব্য়ক্তি।অভিব্যক্তি।"
 
== বৈশিষ্ট্য ==
"https://as.wikipedia.org/wiki/কবিতা"ৰ পৰা অনা হৈছে