ভল্গা নদী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

wikified
8 নং শাৰী:
|category_hide = 1
<!-- *** Image *** --->
|image = Volga UlyanovskSaratov-olivavto-most.jpg
|image_size = 300320
|image_caption = ’Ulyanovsk’ভল্গা নদীৰ ভল্গাওপৰৰ চাৰাটোৱ নদীদলং
<!-- *** Country etc. *** -->
|country = [[ৰাছিয়া]]
54 নং শাৰী:
|source_length =
<!-- *** Mouth *** -->
|mouth_name = [[কেস্পিয়ানকাস্পিয়ান সাগৰ]]
|mouth_location =
|mouth_district =
82 নং শাৰী:
}}
 
'''ভল্গা (Volga)''' ({{lang-rus|Во́лга|a=Ru-Волга.ogg|p=ˈvolɡə}}) নদী [[ইউৰোপ]] মহাদেশৰ আটাইতকৈ দীঘল নদী ৷নদী। এই নদী [[ৰাছিয়া]]ৰ পৰা কেস্পিয়ান[[কাস্পিয়ান সাগৰলৈসাগৰ]]লৈ বৈ গৈছে ৷গৈছে। এই নদীক ৰাছিয়াৰ ৰাষ্ট্ৰীয় নদী (national river of Russia) বুলি গণ্য কৰা হয় ৷হয়। এই নদীয়ে ৰাছিয়াৰ সংস্কৃতিতো এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে আৰু ৰাছিয়াৰ সাহিত্য তথা লোকপ্ৰবাদত এই নদীক ”Волга-матушка ''Volga-Matushka'' ” অৰ্থাৎ ভল্গা মাতৃ (Mother Volga) হিচাপে অভিহিত কৰা হয় ৷হয়।
 
ভল্গা নদী মস্কোৰ উত্তৰ-পশ্চিমে থকা ভালদাই পাহাৰ (Valdai Hills) -ত সাগৰ পৃষ্ঠৰ পৰা {{convert|225|m|ft|sp=us}}২২৫ মিটাৰ উচ্চতাত উদ্ভৱ হৈছে ৷হৈছে। তাৰ পৰা পূবলৈ Lake Sterzh, Tver, Dubna, Rybinsk, Yaroslavl, Nizhny Novgorod আৰু Kazan ৰে ভল্গা বৈ গৈছে ৷গৈছে। তাৰপৰা আকৌ দক্ষিণলৈ Ulyanovsk, Tolyatti, Samara, Saratov আৰু Volgograd হৈ বৈ গৈ Astrakhanত সাগৰ পৃষ্ঠৰ পৰা ২৮ {{convert|28|m|ft|sp=us}}মিটাৰ তললৈ কেস্পিয়ানকাস্পিয়ান সাগৰত মিলিত হৈছে ৷হৈছে।
 
=== উপনৈ ===
ভল্গা নদীৰ ভালেমান উপনৈ আছে ৷আছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে, কামা (Kama River), উকা (Oka River), ভেটলুগা (Vetluga River) আৰু সুৰা (Sura River) নৈ ৷নৈ। ভল্গা আৰু ইয়াৰ উপনৈসমূহে ভল্গা নদী প্ৰণালী ( Volga river system) সৃষ্টি কৰিছে৷ এইসকলোবোৰে মুঠতে প্ৰায় ১৩,{{convert|1350000|km2|0|abbr=off}}৮০,০০০ বৰ্গ কিলোমিটাৰ কালিৰে প্ৰবাহিত হৈ গৈছে ৷গৈছে। ভল্গা ডেল্টাবদ্বীপ (Volga Delta) -ৰ দৈৰ্ঘ্য প্ৰায় {{convert|160|km|0|abbr=off}}১৫০ কিলোমিটাৰ আৰু ইয়াত প্ৰায় ৫০০ টা নলী আৰু নৈ-নিজৰা অন্তৰ্ভুক্ত ৷অন্তৰ্ভুক্ত।
[[File:Saratov-avto-most.jpg|thumb|350px|The Saratov Bridge]]
ভল্গা নদীৰ ভালেমান উপনৈ আছে ৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে, কামা (Kama River), উকা (Oka River), ভেটলুগা (Vetluga River) আৰু সুৰা (Sura River) নৈ ৷ ভল্গা আৰু ইয়াৰ উপনৈসমূহে ভল্গা নদী প্ৰণালী ( Volga river system) সৃষ্টি কৰিছে৷ এইসকলোবোৰে মুঠতে প্ৰায় ,{{convert|1350000|km2|0|abbr=off}} কালিৰে প্ৰবাহিত হৈ গৈছে ৷ ভল্গা ডেল্টা (Volga Delta) ৰ দৈৰ্ঘ্য প্ৰায় {{convert|160|km|0|abbr=off}} আৰু ইয়াত প্ৰায় ৫০০ টা নলী আৰু নৈ-নিজৰা অন্তৰ্ভুক্ত ৷
 
=== ভূমিকা ===
ভল্গা নৈয়ে পশ্চিম ৰাছিয়াৰ বাবে মূল জলজ সম্পদৰ যোগান ধৰে ৷ধৰে। ইয়াৰ ওপৰত থকা বহুতো নদীবান্ধ জলবিদ্যুৎ আৰু জলসিঞ্চনৰ মূল উৎস ৷উৎস। মস্কো কেনেল, ভল্গা ড’ন কেনেল আৰু ভল্গা-বেল্টিক জলপথ (Volga–Baltic Waterway)-এ মস্কোক হুৱাইট ছি, বেল্টিক[[বাল্টিক সাগৰ]], কেস্পিয়ান[[কাস্পিয়ান সাগৰ]] আৰু [[কৃষ্ণ সাগৰ|ব্লেক ছিৰে]] সংযোগ কৰিছে ৷কৰিছে।
 
ভল্গাৰ উৰ্বৰা উপত্যকাত ঘেঁহুৰ পৰ্যাপ্ত পৰিমাণে খেতি কৰা হয় ৷হয়। তাৰোপৰি পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, নিমখ আৰু পটাছৰেও ই সমৃদ্ধিশালী৷ ভল্গা ডেল্টা আৰু কেস্পিয়ান সাগৰত মাছো প্ৰচুৰ পোৱা যায় ৷ যায়।
 
ভল্গাৰ উৰ্বৰা উপত্যকাত ঘেঁহুৰ পৰ্যাপ্ত পৰিমাণে খেতি কৰা হয় ৷ তাৰোপৰি পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, নিমখ আৰু পটাছৰেও ই সমৃদ্ধিশালী৷ ভল্গা ডেল্টা আৰু কেস্পিয়ান সাগৰত মাছো প্ৰচুৰ পোৱা যায় ৷
==ভল্গা নদীৰ ওপৰত থকা বান্ধ==
ভল্গাৰ ওপৰত ভালেসংখ্যক জলবিদ্যুৎ প্ৰকল্প কাৰ্য্যক্ষম হৈ আছে৷ ইয়াৰ ভিতৰত প্ৰধান হ’ল-
107 নং শাৰী:
==আলোকচিত্ৰৰ ভঁৰাল==
<gallery>
File:Volga Ulyanovsk-oliv.jpg|’Ulyanovsk’ ত ভল্গা নদী
File:Volgograd 44.67670E 48.66724N.jpg|View of the river and [[Volgograd]] from space.
File:Volga-river-delta-terra-modis-2010-07-17-750-UTC.jpg|Volga River delta, [[Terra (satellite)|Terra]]
File:Volga.A2002137.0745.250m.jpg|Terra/MODIS, 2002-05-17.
File:Volga.250m.jpg|Terra/MODIS, 2001-10-10.
Line 117 ⟶ 118:
 
==তথ্যসূত্ৰ==
{{Reflist|colwidth=30em}}
 
==বাহ্যিক সংযোগ==
*{{osmrelation-inline|1730417}}
*[http://earthfromspace.photoglobe.info/spc_volga_delta.html Volga Delta from Space]
*[http://as-volga.com Photos of the Volga coasts]
*{{osmrelation-inline|1730417}}
*{{cite episode |title=Video about the source of Volga River|episodelink= |url=https://www.youtube.com/watch?v=la1gakAbIgw}}
 
"https://as.wikipedia.org/wiki/ভল্গা_নদী"ৰ পৰা অনা হৈছে