চি ভি ৰামন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Vector signature
→‎জন্ম আৰু শিক্ষা: বানান শুধৰণি, ব্যাকৰণ শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা
37 নং শাৰী:
 
==জন্ম আৰু শিক্ষা==
চন্দ্ৰশেখৰ ভেঙ্কটৰমণৰ জন্ম হয় ১৮৮৮ চনৰ ৭ নৱেম্বৰত, [[চেন্নাই]]ৰ (মাদ্ৰাজ, [[তামিলনাডু]]) [[ত্ৰিচিনাপল্লী]]ৰ ওচৰৰ থিৰুভানা ইককেভাল গাঁৱত<ref name="scientificpaperspix">{{cite book|title=Scientific Papers of C.V. Raman: Acoustics Volume 2|page=ix|author=Sir C. V. Raman|publisher=Indian Academy of Sciences|year=1988}}</ref>। পিতাকৰপিতৃৰ আঠোটা সন্তানৰ ভিতৰত তেওঁ আছিআছিল দ্বিতীয় সন্তান। প্ৰাথমিক শিক্ষা ওৱালটায়াৰৰ পৰাই লাভ কৰিছিল। এঘাৰ১১ বছৰ বয়সতে তেও প্ৰৱেশিকা পৰীক্ষা আৰু ১৯০১ চনত তেওঁ ৱালটায়াৰৰ পৰাই আই-এ পৰীক্ষাত উৰ্ত্তীণ হয়। তাৰ পাছত তেওঁ মাদ্ৰাজৰ প্ৰেছিডেন্সী কলেজত ভৰ্তি হৈছিল। আৰু তাৰ পৰাই তেওঁ পোন্ধৰ১৫ বছৰ বয়সতে স্নাতক আৰু ওঠৰ১৮ বছৰ বয়সত মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰীক্ষাত উৰ্ত্তীণ হয়। উল্লেখযোগ্য যে তেওঁ স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাত [[পদাৰ্থ বিজ্ঞান]] অধ্যয়ন কৰিছিল যদিও চলি প্ৰথা মতে তেওঁ স্নাতক কলা আৰু স্নাতকোত্তৰ কলা বুলিহে লিখিব লগা হৈছিল। কলেজত পঢ়া সময়ৰে পৰা তেওঁ বিজ্ঞান বিষয়ৰ শব্দ, তাপ, আৰু বিদ্যুত বিষয়ক ভালেমান তথ্য উলিয়াছিল। সেয়ে ১৯০৬ চনত তেওঁ [[লণ্ডন]]ৰ দি ফিল'ছফিকেল মেগাজিনত এটা গধুৰ প্ৰবন্ধ প্ৰকাশ কৰি বিজ্ঞানীসকলৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছিল। স্নাতকোত্তৰ পৰীক্ষাত উৰ্ত্তীণ হোৱাৰ পাছত তেওঁৰ বিলাতলৈ যোৱাৰ সকলো খৰচ চৰকাৰেই বহন কৰিবলৈ বিচাৰিছিল যদিও তেওঁৰ সেই যাত্ৰা হৈ নুঠিল। তেওঁ সৰ্বভাৰতীয় বিত্ত বিভাগৰ প্ৰতিযোগীতামূলক পৰীক্ষা পাৰদৰ্শিতাৰে অৱত্তীৰ্ণ হৈছিল। তাৰ পাছতেই তেও ভাৰত চৰকাৰৰ ডেপুটী একাউণ্টেণ্ট জেনেৰেল পদত কাৰ্যনিৰ্বাহ কৰিছিল<ref name="চন্দ্ৰশেখৰ ভেঙ্কটৰমণ"/>।
 
==কৰ্মজীৱন আৰু গবেষণা==
"https://as.wikipedia.org/wiki/চি_ভি_ৰামন"ৰ পৰা অনা হৈছে