চি ভি ৰামন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ব্যাকৰণ শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা
ব্যাকৰণ শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা
34 নং শাৰী:
| website =
}}
''' চন্দ্ৰশেখৰ ভেঙ্কটৰমণ '''({{lang-en| Chandra Sekhar Venkotromon}})(১৮৮৮-১৯৭০)আছিল এগৰাকী ভাৰতীয় বিজ্ঞানী আছিল।বিজ্ঞানী। [[ভাৰত]]লৈ [[ন'বেল বঁটা]]ৰ সন্মান কঢ়িয়াই অনা ব্যক্তি সকলৰ ভিতৰত চাৰ চন্দ্ৰশেখৰ ভেঙ্কটৰমণ আছিল।অন্যতম। [[এচিয়া]]ৰ ভিতৰতে ১৯৩০ চনত [[বিজ্ঞান]] বিষয়ত ন'বেল বঁটা লাভ কৰা চন্দ্ৰশেখৰ ভেঙ্কটৰমণ আছিল প্ৰথম গৰাকী ব্যক্তি। এই গৰাকী বিশিষ্ট বিজ্ঞানীক [[ভাৰত চৰকাৰ|ভাৰত চৰকাৰে]] ১৯৫৪ চনত [[ভাৰত ৰত্ন]] উপাধিৰে সন্মানিত কৰিছিল। তেওঁ ভাৰত চৰকাৰৰ ডেপুটী একাউণ্টেণ্ট জেনেৰেল পদত কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি [[পেৰিচ]], [[ৰাছিয়া]], হাঙ্গেৰীৰ অকাডেমী অফ চায়েন্স আদি অনুষ্ঠানে তেওঁক সদস্য হিচাপে লোৱাৰ উপৰিও [[ইউৰোপ]] আৰু অনেক ভাৰতীয় বিশ্ববিদ্যালয়ে তেওঁক ডক্টৰেট উপাধিৰে সন্মানিত কৰিছিল।<ref name="চন্দ্ৰশেখৰ ভেঙ্কটৰমণ">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=১৬, ১৭,১৮,১৯}}</ref>
 
==জন্ম আৰু শিক্ষা==
"https://as.wikipedia.org/wiki/চি_ভি_ৰামন"ৰ পৰা অনা হৈছে