আন্তৰ্জাতিক শান্তি দিৱস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
21 নং শাৰী:
== ইতিহাস ==
 
এখন যুদ্ধবিহীন বিশ্ব প্রতিষ্ঠাৰপ্ৰতিষ্ঠাৰ লক্ষ্যৰে ১৯৮১ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত গৃহীত ৩৬/৬৭ নম্বৰ প্রস্তাৱপ্ৰস্তাৱ অনুসৰি প্ৰতি বছৰৰ ছেপ্টেম্বৰ মাহৰ "তৃতীয় মংগলবৰ" ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশন আৰম্ভ হোৱা দিনটোক "আন্তৰ্জাতিক শান্তি দিৱস" হিচাপে স্বীকৃতি দিয়াৰ সিদ্ধান্ত লোৱা হয়।
 
পিছলৈ ২০০১ চনৰ ৭ ছেপ্টেম্বৰ তাৰিখে জাতিসংঘ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত গৃহীত ৫৫/২৮২ নম্বৰ প্রস্তাৱপ্ৰস্তাৱ অনুসৰি ২০০২ চনৰ পৰা প্ৰতি বছৰে ২১ ছেপ্টেম্বৰ তাৰিখে "আন্তৰ্জাতিক শান্তি দিৱস " হিচাপে উদযাপনৰ সিদ্ধান্ত লোৱা হয়।
== কাৰ্যসূচী ==
 
"আন্তৰ্জাতিক শান্তি দিৱস" উপলক্ষে প্ৰথমে ৰাষ্ট্রসংঘৰৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে "শান্তি ঘণ্টা" বজায় আৰু বিশেষ বাণী প্ৰদান কৰে। বিভিন্ন দেশৰ শিল্পী, শিক্ষাবিদ আৰু মানৱপ্ৰেমিক শান্তি দূত হিচাপে নিয়োগ কৰা হয় আৰু তেওঁলোকৰ অৱদান স্মৰণ কৰা হয়।
 
তদুপৰি বিভিন্ন দেশ আৰু সংস্থায়ে নিজাববীয়াকৈ বিভিন্ন অনুষ্ঠান আয়োজন কৰা দেখা যায়।