উভকামিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
6 নং শাৰী:
</ref>
==গৱেষণা==
মনোবিজ্ঞানী চিগমুণ্ড ফ্ৰয়েড বিশ্বাস কৰে যে "পৃথিৱীৰ সকলো মানুহেই আচলতে উভকামী... আৰু তেওঁলোক দুই লিংগৰ পৰিসীমাত আৱদ্ধ...।"<ref>Steven Angelides , A History of Bisexuality, University Of Chicago Press; 1 edition,September 15, 2001</ref> ১৯৪০ চনত বিজ্ঞানী ছান্দৰ ৰাড'য়ে আৰু তেওঁক দেখি আন বহুতো বিজ্ঞানীয়ে মনোবিশ্লেষক ফ্রয়েডৰফ্ৰয়েডৰ জন্মগত উভকামিতাৰ মতবাদক প্রত্যাখ্যানপ্ৰত্যাখ্যান কৰে। তেওঁ দাবী কৰে যে, মানুহৰ কোনো জৈৱিক উভকামিতা নাই।<ref>{{Cite book|author=Ruse, Michael |authorlink=Michael Ruse |title=Homosexuality: A Philosophical Inquiry |publisher=Basil Blackwell |location=Oxford |year=1988 |isbn=0 631 15275 X |pages=22, 25, 45, 46}}</ref> বৰ্তমানে [[সমকামিতা]]ৰ লগতে উভকামিতাৰো কোনো কাৰণ স্পষ্টকৈ জানিবলৈ পোৱা হোৱা নাই। কিন্তু মনোবিজ্ঞানী সকলৰ মতে ই সম্পূৰ্ণ স্বাভাৱিক।
 
=== কিন্সে স্কেল ===
বিংশ শতিকাৰ মাজে ভাগত বিজ্ঞানী আলফ্ৰেড কিন্সে মানৱ যৌনতা সংক্রান্তসংক্ৰান্ত এটি সমীক্ষা চলায়। সেই সমীক্ষাৰ পৰা জানা যায় যে অনেক ব্যক্তি বিপৰীতকামী বা সমকামী শ্ৰেণীবিভাজনৰ আওতাভুক্ত নহয়। বৰং তেওঁলোকৰ যৌন অৱস্থান এই দুই শ্ৰেণীৰ মাজত।<ref>[http://www.kinseyinstitute.org/research/ak-data.html The Kinsey Institute - Kinsey Study Data [Research Program&#93;<!-- Bot generated title -->]</ref> কিন্সে স্কেল অনুসৰি যৌন আকৰ্ষণ আৰু আচৰণ স্কেলটিত ০ (একান্ত বিপৰীতকামী)ৰ পৰা ৬ (একান্ত সমকামী) সাতটা দাগ বিদ্যমান। কিন্সেৰ গৱেষণা অনুযায়ী, অধিকাংশ মানুহ এই স্কেলত ১ৰ পৰা ৫ (অৰ্থাৎ, বিপৰীতকামীৰ পৰা সমকামী) দাগৰ মাজত পৰে। কিন্সেৰ পদ্ধতি সমালোচিত হলেও মানৱ যৌনতাৱ অনৱচ্ছেদ ব্যৱস্থাত এই পদ্ধতিৰ ব্যাপক প্ৰয়োগ হৈছে। উভকামী সকলে সমকামী আৰু বিষমকামী – এই দুই ভাগৰ পৰাই বঞ্চনাৰ পাত্ৰ হয়। বিষমকামী আৰু সমকামীৰ বদ্ধমূল ধাৰণা যে বিপৰীতকামিতাৰ বাদে ‘সমান্তৰাল যৌনপ্ৰবৃত্তি’ বা বিপৰীতকামী-সমকামী অনৱচ্ছেদ বুলিলে কেৱল সমকামিতাকেই বুজায়। [[বেংগালুৰু]]ৰ ‘পিপলছ ইউনিয়ন অৱ চিভিল লিৱাৰটি’ৰ ক্ষেত্ৰ-সমীক্ষাৰ পৰা দেখা গৈছে যে সমকামীসকলে উভকামীসকলক কেৱল প্ৰত্যাখ্যানই নকৰে, ঘৃণাও কৰে <ref>[http://www.mukto-mona.com/Articles/avijit/shomokamita/index.htm অভিজিৎ ৰায়, সমকামিতা : একটি বৈজ্ঞানিক এবং সমাজ-মনস্তাত্ত্বিক অনুসন্ধান, শুদ্ধস্বৰ, ২০১০]</ref>। ইয়াৰ ফলত সংখ্যালঘু যৌন প্ৰবৃত্তিৰ সদস্য সকলৰ মাজতো উভকামী সকলে প্ৰান্তিক হিচাপে চিহ্নিত হয় <ref>অভিজিৎ ৰায়, পৃষ্ঠা ৪০-৪১</ref>।
==তথ্য উৎস==
{{reflist}}
"https://as.wikipedia.org/wiki/উভকামিতা"ৰ পৰা অনা হৈছে