কম্বোডিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎তথ্যউৎস: {{Countries of Asia}} added
র -> ৰ
1 নং শাৰী:
{{Infobox Country
|native_name = [[File:Cambodia5-trans.png]]<br />''প্রেয়াহ্‌প্ৰেয়াহ্‌ ৰিয়াচিয়ানাচক্‌ কম্পুচিয়া''
|conventional_long_name = কম্বোডিয়া
|common_name = কম্বোডিয়া
68 নং শাৰী:
== অৰ্থনীতি ==
[[File:Royal.Place.Phnom.Penh.Palais.Royal.Cambodge.001.jpg|thumbnail|right| কম্বোডিয়াৰ ৰাজপ্ৰসাদ]]
বৰ্তমান সময়ত কম্বোডিয়াৰ অৰ্থনীতি দ্ৰুত গতিত আগবাঢ়িছে। কম্বোডিয়ায়ে ইয়াৰ প্ৰথম সুউচ্চ আকাশলংঘি অট্টালিকা গোল্ড টাৱাৰ ৪২ নিৰ্মাণ কৰাৰ পথত। ফেনম পেনহ চহৰৰ কাষতে কামক' চিটি নামৰ এক আধুনিক উপগ্ৰহ চহৰ নিৰ্মাণ কৰি থকা হৈছে। কোৰিয়ান বিনিয়োগকাৰী সকলৰ দ্বাৰা এই চহৰ নিৰ্মাণ কৰি থকা হৈছে। ইয়াৰ মূল উদ্দেশ্য হল ফেনম পেনহক এক আধুনিক ৰূপ প্ৰদান কৰা আৰু বিদেশী বিনিয়োগ বৃদ্ধি কৰা। কম্বোডিয়া বিশ্বৰ অন্যতম শীৰ্ষ দুৰ্নীতিগ্রস্তদুৰ্নীতিগ্ৰস্ত দেশ হিচাপে জনাজাত। প্ৰাকৃতিক সম্পদ আৰু পৰ্যটন ইয়াৰ অৰ্থনীতিৰ মূল ভেটি।
== জনগাঁথনি ==
খামেৰ বা কম্বোডিয়ান সকল ইয়াৰ মূল অধিবাসী। অন্যান্য উল্লেখযোগ্য সংখ্যালঘু সম্প্ৰদায় সমূহ হল: চীনা, ভিয়েটনামী, মুছলমান চাম-মালয়, লাওটিয়ান আৰু বিভিন্ন ওচৰৰ পাহাৰীয়া জনগোষ্ঠী।