কলিমা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:ইছলাম ধৰ্ম সংযোগ কৰা হ'ল।
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
র -> ৰ
1 নং শাৰী:
[[শ্ৰেণী:ইছলাম ধৰ্ম]]
'''কালিমা''' হ'ল [[ইছলাম|ইছলামৰ]] মৌলিক বিশ্বাস সংবলিত কেইটামান আৰৱী পংক্তিৰ নাম। ইয়াৰ মাধ্যমেই ইছলামৰ প্রথমপ্ৰথম স্তম্ভ [[শ্বাহাদাহ]] পূৰ্ণতা পায়। '''ইছলাম'''ৰ মূল বিশ্বাস হ’ল [[আল্লাহ]]ৰ একত্ব বা [[কলিমা|তৌহিদ/কলিমা]]। আল্লাহৰ একত্ব ইছলামৰ পাঁচটি মূল স্তম্ভৰ মাজৰ প্ৰথম, যাক [[শ্বাহাদাহ]] বুলা হয়। ইয়াৰ আসমীয়ানুবাদ হ'ল-
{{cquote|''মই সাক্ষ্য দি আছোঁ যে, [[আল্লাহ]]ৰ বাহিৰে উপাসনাৰ যোগ্য আন একো নাই, আনহাতে মই সাক্ষি দি আছোঁ যে, [[মুহাম্মাদ|মুহাম্মাদ(ছঃ)]] [[আল্লাহ]]ৰ বাৰ্তাবাহক।" এইটো পাঠৰ মাধ্যমত এজনে স্বীকাৰ কৰে যে, (এক) [[আল্লাহ]] ব্যতীত অন্য কোনো উপাস্য নাই আৰু (দুই) [[মুহাম্মাদ|মুহাম্মাদ(ছাঃ)]] তেওঁৰ প্ৰেৰিত বাণীবাহক।}}
 
12 নং শাৰী:
মুঠ কলিমা পাঁচটা/ছয়টা৷ কলিমাৰ সমষ্টিত মুঠ পাঁচটা/ছয়টা ভাগ আছে যদিও কলিমা বুলি ক'লে সাধাৰণতে সাক্ষী দিয়া কলিমাটোকেই বুজোৱা হৈ থাকে৷
 
== প্রথমপ্ৰথম কালিমা ==
প্রথমপ্ৰথম কালিমাৰ নাম হ'ল- '''কালিমায়ে তাইয়্যেবা'''৷ ইয়াৰ অৰ্থ হ'ল পৱিত্ৰ বাক্য। {{অডিও|Kalimah1.ogg|শুনক}}
 
=== আৰৱী ===
45 নং শাৰী:
 
== তৃতীয় কালিমা ==
তৃতীয় কালিমাৰ নাম হৈছে- '''কালিমায়ে তামজীদ'''৷ অর্থঅৰ্থ হ'ল শ্ৰেষ্ঠত্ববাদ বাক্য। {{অডিও|Kalimah3.ogg|শুনক}}
 
=== আৰৱী ===
59 নং শাৰী:
=== অসমীয়া অনুবাদ ===
 
মহিমান্বিত [[আল্লাহ]]ৰ, সমস্ত প্রশংসাপ্ৰশংসা [[আল্লাহ]]ৰ। [[আল্লাহ]] অবিহনে কোনো মাবুদ নাই। [[আল্লাহ]] মহান। সমস্ত পৱিত্ৰতা [[আল্লাহ]]ৰ, সকল প্রশংসাপ্ৰশংসা [[আল্লাহ]]ৰ। [[আল্লাহ]] অবিহনে কোনো শক্তি নাই, কোন ক্ষমতা নাই, তেখেত সম্মানিত, তেখেত মহান।
 
== চতুৰ্থ কালিমা ==
"https://as.wikipedia.org/wiki/কলিমা"ৰ পৰা অনা হৈছে