কোংকণী ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
19 নং শাৰী:
|notice=Indic}}
 
'''কোংকণী ভাষা''' ([[দেৱনাগৰী লিপি|দেৱনাগৰী লিপিত]]: कोंकणी; [[লেটিন বৰ্ণমালা|ৰোমান লিপিত]]: Konknni; [[কন্নড় লিপি|কন্নড় লিপিত]]: ಕೊಂಕಣಿ; [[মালয়ালম লিপি|মালয়ালম লিপিত]]: കൊങ്കണി; [[IAST]]: {{IAST|koṃkaṇī}}) এইটো ইন্দো-আৰ্য্য ভাষা যিটো ভাৰতৰ [[কোংকণ]] উপকূলত প্রচলিত।প্ৰচলিত। কোংকণী আৰু গোৱাঞ্চি কোংকণীত প্ৰায় ৭৬ লাখ মানুহে কথা কয়।
 
কোংকণী ভাৰতৰ অঙ্গৰাজ্য [[গোৱা|গোৱাৰ]] চৰকাৰী ভাষা আৰু সমগ্ৰ ভাৰতৰ এটা চৰকাৰী ভাষা। কোংকণী ভাষাৰ কোনো নির্দিষ্টনিৰ্দিষ্ট লিপি নাই। সেয়ে কোংকণী ভাষাৰ ক্ষেত্ৰত দেৱনাগৰী লিপিটোকে চৰকাৰী কামকাজত ব্যৱহাৰ কৰা হয়।
 
== তথ্যসূত্ৰ ==
== তথ্যসূত্র ==
<references/>