গান্ধী জয়ন্তী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
10 নং শাৰী:
|date = ২ অক্টোবৰ
|scheduling =
|observances = সমাৰোহ, গান্ধী বিষয়ক প্ৰতিযোগিতা, প্রার্থনাপ্ৰাৰ্থনা সভা
|significance = ভাৰতীয় স্বাধীনতা সংগ্ৰামত [[মহাত্মা গান্ধী]]ৰ ভূমিকা আৰু তেওঁলৈ শ্ৰদ্ধা নিবেদন
|relatedto = [[আন্তজাৰ্তিক অহিংসা দিৱস]]<br>[[ গণৰাজ্য দিৱস (ভাৰত)| গণৰাজ্য দিৱস]] <br /> [[ স্বাধীনতা দিৱস (ভাৰত)| স্বাধীনতা দিৱস]]
21 নং শাৰী:
প্ৰতি বছৰে ২ অক্টোবৰ তাৰিখে গান্ধী জয়ন্তী পালন কৰা হয়। ভাৰতৰ প্ৰতিটো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত একত্ৰিত ভাবে পালন কৰা তিনিটা দিৱসৰ ভিতৰত গান্ধী জয়ন্তী অন্যতম। আন দুটা হৈছে ভাৰতৰ স্বাধীনতা দিৱস(১৫ আগষ্ট) আৰু গণৰাজ্য দিৱস(২৬ জানুৱাৰী)।
 
গান্ধী জয়ন্তীৰ দিনা ভাৰত তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ গান্ধী স্মৃতিক্ষেত্ৰ সমূহত বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। নতুন [[দিল্লী]]ৰ গান্ধীৰ সমাধি ক্ষেত্ৰ ''ৰাজ ঘাট''ত চৰকাৰী ভাবে এওঁ দিৱস পালন কৰা হয়। প্রার্থনাপ্ৰাৰ্থনা সভা,আলোচনা চক্ৰ, গান্ধী বিষয়ক বিভিন্ন প্ৰতিযোগিতা পাতি পুৰস্কাৰ বিতৰণ কৰা, বিভিন্ন জনকল্যান মূলক চৰকাৰী আঁচনিৰ শুভ উদ্বোধন কৰা ইত্যাদি এই দিৱসৰ প্ৰধান কাৰ্যসূচী।<ref>{{cite web|url=http://www.gandhijayanti.com |title=Gandhi Jayanti |publisher=Simon Fraser University |accessdate=15 April 2006}}</ref>
২০১৪ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী [[নৰেন্দ্ৰ মোদী]] ডাঙৰীয়াই গান্ধী জয়ন্তী উপলক্ষ্যে '''স্বচ্ছ ভাৰত অভিযান''' নামৰ এলানি জনপ্ৰিয় অভিযানৰ কথা উল্লেখ কৰিছিল। ভাৰত বৰ্ষক স্বচ্ছতাৰ ক্ষেত্ৰত আগুৱাই নিয়া এই অভিযানৰ মূল উদ্দেশ্য। গান্ধী জয়ন্তীত বিভিন্ন দল-সংগঠনে বিভিন্ন ৰাজহুৱা স্থানত চাফাই অভিযানত অংশ লোৱা দেখা গৈছে।
 
এই দিনটোত কিছুমান সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। বিভিন্ন দেশপ্ৰেম মূলক গীত, নাটক আদি পৰিবেশনৰ লগতে গান্ধীজীৰ প্রিয়প্ৰিয় ভজন যেনে : ৰঘুপতি ৰাঘৱ ৰাজা ৰাম, বৈষ্ণৱ জন তো তেনে কাহিয়ে, আদি এই অনুষ্ঠান সমূহৰ মূল বৈশিষ্ট।<ref>{{cite news | url=http://www.hindu.com/2005/10/03/stories/2005100311220300.htm | title=Several programmes mark Gandhi Jayanti celebrations in Mysore | publisher=[[The Hindu]] | accessdate=16 November 2006}}</ref>
==তথ্য সংগ্ৰহ==
{{reflist}}