চাঁওতালি ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: "'চাঁওতালি / সাঁওতালি / চাঁওতালী / সান্থালী"' ভাষা হ'ল অষ্ট্ৰো-এছী...
 
র -> ৰ
1 নং শাৰী:
"'চাঁওতালি / সাঁওতালি / চাঁওতালী / সান্থালী"' ভাষা হ'ল অষ্ট্ৰো-এছীয় ভাষাপৰিবাৰৰ চাঁওতালি উপপৰিবাৰৰ এটি ভাষা। [[হো ভাষা|হো]] আৰু [[মুণ্ডাৰী ভাষা|মুণ্ডাৰী ভাষাৰ]] লগত ইয়াৰ মিল আছে। ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত প্ৰায় ৫৯ লাখ ৪০ হাজাৰ চাঁওতালিভাষী মানুহে বসবাস কৰে। ইয়াৰোপৰি বাংলাদেশত সিহঁৰ জনসংখ্যা ২০১১ চনৰ গণনা অনুযায়ী প্ৰায় ২ লাখ ২৫ হাজাৰ আৰু নেপালত ৪৯ হাজাৰ ৯০০। <ref name="ethnologue">[http://www.ethnologue.com/language/sat "Santhali". ''Ethnologue: Languages of the world''.]</ref> ভূটানতো কিছু পৰিমানে চাঁওতালি ভাষাৰ মানুহ আছে। বেছি ভাগ চাঁওতালিভাষী মানুষ ভাৰতৰ [[ঝাড়খণ্ড]], [[অসম]], [[বিহাৰ]], [[ওড়িশা]], [[ত্ৰিপুৰা]] আৰু [[পশ্চিমবঙ্গ]] ৰাজ্যত বাস কৰে। চাঁওতালি ভাষাৰ নিজস্ব লিপি আছে, যাৰ নাম [[অলচিকি লিপি]]। অৱশ্যে বাংলা লিপি, ওড়িয়া লিপি, ৰোমান লিপি আৰু দেৱনাগৰী লিপিৰেও এই ভাষা লিখা হয়।
 
== তথ্যসূত্ৰ ==
== তথ্যসূত্র ==
<references/>