ছাল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
র -> ৰ
23 নং শাৰী:
| DorlandsID =
}}
'''চৰ্ম''' বা '''ছাল''' {{En|skin}} হৈছে [[মেৰুদণ্ডী]]ৰ বাহ্যিক আৱৰণ। অন্য প্ৰাণীৰ আৱৰণবোৰ, যেনে [[সন্ধীপদি]]ৰ [[কংকাল|বহিঃ কংকাল]] আদিৰ বিকাশৰ উৎস, গঠন আৰু ৰাসায়নিক সংযুতি ভিন্ন। [[স্তন্যপায়ী]]ৰ ছাল বহু তৰপীয়া আৱৰণি কলাৰে গঠিত [[আচ্ছাদন তন্ত্ৰ]]ৰ এটা অংগ, আৰু ই ভিতৰত থকা পেশী, হাড়, লিগামেণ্ট আৰু আভ্যন্তৰিণ অংগসমূহক সুৰক্ষা প্ৰদান কৰে।<ref name="Hcare">[http://skin-care.health-cares.net/oily-skin-care.php "Skin care" (analysis), Health-Cares.net, 2007]</ref> উভচৰ, সৰিসৃপ আৰু চৰাইৰ ক্ষেত্ৰত এক ভিন্ন প্ৰকৃতিৰ ছাল দেখা পোৱা যায়।<ref>{{vcite2 journal | vauthors = Alibardi L | year = 2003 | title = Adaptation to the land: The skin of reptiles in comparison to that of amphibians and endotherm amniotes | url = | journal = J Exp Zoolog B Mol Dev Evol. | volume = 298 | issue = 1| pages = 12–41 | doi = 10.1002/jez.b.24 | pmid = 12949767 }}</ref> প্ৰাণীৰ ছালত [[নোম]] থাকে, যদিও সামুদ্ৰিক প্ৰাণীবোৰৰ ছালত নোম দেখা পোৱা নাযায়। ছালে পৰিৱেশৰ আৰু বাহ্যিক কাৰকৰ সৈতে সুৰক্ষা প্ৰদানৰ প্ৰথম শাৰী হিচাপে সন্মুখীন হয়। উদাহৰণ স্বৰুপে, ছালে [[বীজানু]]ৰ পৰা সুৰক্ষা প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।<ref name="Proksch">{{vcite2 journal | vauthors = Proksch E, Brandner JM, Jensen JM | year = 2008 | title = The skin: an indispensable barrier | journal = Exp Dermatol | volume = 17 | issue = 12| pages = 1063–72 | pmid = 19043850 | doi=10.1111/j.1600-0625.2008.00786.x}}</ref> ই দেহৰ অত্যাধিক পানীৰ অৱক্ষয়ৰ পৰা ৰক্ষা কৰে।<ref name="Madison">{{vcite2 journal | vauthors = Madison KC | year = 2003 | title = Barrier function of the skin: "la raison d'être" of the epidermis | url = http://www.nature.com/jid/journal/v121/n2/pdf/5601872a.pdf | format = PDF | journal = J Invest Dermatol | volume = 121 | issue = 2| pages = 231–41 | doi = 10.1046/j.1523-1747.2003.12359.x | pmid = 12880413 }}</ref> ইয়াৰ অন্য কাৰ্য হৈছে অৱৰোধ, উষ্ণতাৰ সমতা ৰক্ষা কৰা, সংবেদন, আৰু ভিটামিন ডি সংশ্লেষণ কৰা। ক্ষতিগ্ৰস্থ হোৱা ছাল নতুন কলাই উপশম কৰে। ই কেতিয়াবা বৰণহীন আৰু কেতিয়াবা শেতা হৈ পৰে। কোনো জীৱৰ দেহৰ ভিন্ন অংশত থকা ছালৰ গভীৰতাও ভিন্ন হয়। যেনে মানুহৰ ক্ষেত্ৰত, [[চকু]]ৰ পতা আৰু চকুৰ চাৰিওকাষৰ ছাল দেহৰ অন্য অংশত থকা ছালতকৈ পাতল, প্ৰায় ০.৫ মিমি, আৰু একপ্ৰকাৰৰ প্রথমপ্ৰথম অংশ য'ত বয়সৰ চাপ যেনে "বয়সৰ আঁছোৰ" আৰু বলি ৰেখা পৰা দেখা যায়। হাতৰ তলুৱা আৰু ভৰিৰ গোৰুহাৰ ছাল দেহৰ যিকোনো অংশত থকা ছালতকৈ ডাঠ, প্ৰায় ৪ মিমি। ছালৰ ক্ষতিপূৰণৰ হাৰ আৰু গুণগত মান ই লাভ কৰা এষ্ট্ৰ'জেনৰ পৰিমানৰ ওপৰত নিৰ্ভৰ কৰে।<ref>{{cite journal|url=http://faculty.washington.edu/andchien/PDFs/HuBio/estrogen.pdf|journal=Experimental Dermatology|title=The biological actions of estrogen in skin|author=Thornton MJ|year=2002}}</ref><ref>{{cite journal|journal=The American Journal of Pathology|title=Topical Estrogen Accelerates Cutaneous Wound Healing in Aged Humans Associated with an Altered Inflammatory Response|author=Gillian S. Ashcroft, Teresa Greenwell-Wild, and Mark W. J. Ferguson|year=1999|pmc=1867002|volume=155|issue=4|pages=1137–1146|pmid=10514397|doi=10.1016/S0002-9440(10)65217-0}}</ref><ref>{{cite journal|url=http://www.medscape.com/viewarticle/524313_3|author=Desiree May Oh, MD, Tania J. Phillips, MD|title=Sex Hormones and Wound Healing|journal=Wounds|year=2006}}</ref>
 
[[নোম]] হৈছে ঘন চুলি।<ref>http://www.thefreedictionary.com/fur</ref> প্ৰাথমিকভাৱে, ই ছালৰ অৱবোধ ক্ষমতা বৃদ্ধি কৰে কিন্তু ইয়াৰোপৰি [[গৌণ যৌন লক্ষণ]] আৰু [[চৰ্মাৱৰণ]] হিচাপেও কাৰ্য কৰে। কিছুমান প্ৰাণীৰ ছাল, অতিশয় ডাঠ আৰু কঠিন। এনে ছালৰ পৰা চামৰা প্ৰস্তুত কৰিব পৰা যায়। [[সৰিসৃপ]] আৰু [[মাছ]]ৰ ক্ষেত্ৰত অতিৰিক্ত সুৰক্ষাৰ বাবে ছালত ডাঠ [[বাকলি]], আৰু [[চৰাই]]ৰ ডাঠ [[পাখি]] থাকে। বাকলি আৰু পাখিবোৰ দৃঢ় বিটা- কেৰ'টিনৰ দ্বাৰা গঠিত। [[উভচৰ]]ৰ ছাল অতি পাতল আৰু চালৰ মাজেৰে অ'ছম'ছিছ অথবা ব্যাপনৰ জৰিয়তে বাহ্যিক পৰিৱেশৰ লগত ৰসায়নৰ আদান প্ৰদান হ'ব পৰাকৈ কিছুমান বিশেষ ছিদ্ৰ থাকে। উদাহৰণ স্বৰূপে, চেতনানাশক দ্ৰৱত থোৱা ভেকুলি এটা অতি সোনকালে অচেতন হৈ য়ায় কাৰণ ইয়াৰ ছালৰ মাজেৰে ব্যাপনৰ জৰিয়তে তৰল ইয়াৰ দেহৰ ভিতৰত প্ৰৱেশ কৰে। বিস্তৃত বাসস্থান আৰু পাৰিপাৰ্শিক অৱস্থাত দৈনন্দিন জীৱন ধাৰণ আৰু সমাৱস্থা ৰক্ষা কৰাত উভচৰৰ ছালে নিৰ্ণায়ক ভূমিকা পালন কৰে।<ref name=clarke>{{cite journal|last1=Clarke|first1=BT|title=The natural history of amphibian skin secretions, their normal functioning and potential medical applications.|url=http://journals.cambridge.org/action/displayAbstract?fromPage=online&aid=651&fileId=S0006323197005045|journal=Biological reviews of the Cambridge Philosophical Society|year=1997|volume=72|issue=3|pages=365–379|pmid=9336100|doi=10.1017/s0006323197005045}}</ref>
"https://as.wikipedia.org/wiki/ছাল"ৰ পৰা অনা হৈছে