ছিংগাপুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎তথ্য সংগ্ৰহ: {{Countries of Asia}} added
র -> ৰ
64 নং শাৰী:
 
=জলবায়ু=
ছিংগাপুৰ বিষুৱৰেখাৰ মাত্রমাত্ৰডিগ্রীডিগ্ৰী উত্তৰত অৱস্থিত বাবে ইয়াৰ জলবায়ু নিৰক্ষীয় প্ৰকৃতিৰ।
 
= অৰ্থনীতি =
১৯৬৫ চনত স্বাধীনতা লাভৰ পূর্বেপূৰ্বে ছিংগাপুৰ ব্ৰিটিছৰ অধীনত এক 'ক্ৰাউন কলনী' আছিল।<ref name="Bureau of Economic and Business Affairs">{{cite web |url=http://www.state.gov/e/eb/rls/othr/ics/2012/191233.htm |title=2012 Investment Climate Statement – Singapore |author=Bureau of Economic and Business Affairs |date=June 2012 |publisher=United States Department of State |accessdate=10 March 2014}}</ref> এই দ্বীপ পূব এছিয়াত ব্ৰিটিছ নৌবাহিনীৰ প্রধানপ্ৰধান ঘাটি আছিল। ব্ৰিটিছ নৌবাহিনীৰ প্রধানপ্ৰধান ঘাটি থাকাৰ কাৰণে ছিংগাপুৰক 'জিবৰালটাৰ অফ দা ইষ্ট' বোলা হৈছিল।<ref>{{cite web|url=http://www.treasury.gov.au/PublicationsAndMedia/Publications/2012/Economic-Roundup-Issue-4/HTML/article3|title=The familiar pattern of Chinese consumption growth|publisher=|accessdate=4 March 2015}}</ref> ১৮৬৯ চনত চুয়েজ খাল খোলাৰ পিছত [[ইউৰোপ]] আৰু [[এছিয়া]]ৰ মাজত সমুদ্ৰ বাণিজ্য বৃদ্ধি পায়, ঠিক তেতিয়াই ছিংগাপুৰক বিশ্বৰ প্রধানপ্ৰধান সমুদ্ৰ বন্দৰ হিচাপে ব্যবহাৰ কৰা আৰম্ভ হয়। <ref>http://www.mti.gov.sg/ResearchRoom/SiteAssets/Pages/Economic-Survey-of-Singapore-2012/FullReport_AES2012.pdf</ref>
 
১৯৬৫ চনত অৰ্থাৎ স্বাধীনতা লাভৰ বছৰত এই দেশেৰ জনমুৰি আয় আছিল ৫১৬ মাৰ্কিন ডলাৰ। এই ৫১৬ ইউ.এচ. ডলাৰ আছিল তেতিয়া পূব এছিয়াৰ মাজত তৃতীয় সবোচ্চ। স্বাধীনতাৰ পিছত ইউৰোপৰ পৰা বিনিয়োগ আহাৰ মাধ্যমত ছিংগাপুৰৰ অৰ্থনীতি ধীৰে ধীৰে শক্তিশালী হোৱা আৰম্ভ হয়। আশীৰ দশকৰ মাজত এই দেশে উন্নত ৰাষ্ট্ৰৰ মৰ্যদা লাভ কৰে। <ref>{{cite report|url=http://www.sgx.com/wps/portal/sgxweb/home/marketinfo/market_statistics|title=Statistical Report, March 2014|publisher=Singapore Exchange}}</ref><ref>http://www.pmo.gov.sg/content/pmosite/mediacentre/speechesninterviews/primeminister/2009/May/speeches_by_primeministerleehsienloongandmalaysianprimeministern.html#.VDvFfPmSxXY</ref><ref>http://www.singstat.gov.sg/statistics/visualising_data/visualiser/trade/trade.html</ref>
 
=পৰ্যটন =
পৰ্যটন ছিংগাপুৰৰ অন্যতম প্রধানপ্ৰধান শিল্প আৰু ই দেশখনৰ অৰ্থনীতিত ব্যাপক অৱদান আগবঢ়াইছে। প্ৰতি বছৰ কেইবা মিলিয়ন পৰ্যটকে ছিংগাপুৰ ভ্ৰমন কৰে।
*'''নৈশ চাফাৰী''': ছিংগাপুৰ চিৰিয়াখানা, পৃথিৱীৰ প্ৰথম আৰু একমাত্ৰ নৈশ চাফাৰী।<ref>[http://www-singapore.com/attractions/index.html ছিংগাপুৰ ডট কম]</ref> নৈশ চাফাৰীত গভীৰ ৰাতি জংঘলৰ ভিতৰৰ নানান পশু-পক্ষীৰ মাজেৰে গাড়ীৰে পৰ্যটকসকলে বিচৰণ কৰে।
*'''মাৰলায়ন পাৰ্ক''': মাৰলিন বা সিংহ-মৎস হৈছে ছিংগাপুৰীৰ গৌৰৱৰ প্ৰতীক, বীৰত্বৰ প্ৰতীক। কথিত আছে যে বহু পুর্বেপুৰ্বে ছিংগাপুৰ যেতিয়া তেমাচেক বা সমূদ্রনগৰীসমূদ্ৰনগৰী নামে পৰিচিত আছিল তেতিয়া প্ৰচণ্ড এক সামূদ্রিকসামূদ্ৰিক প্ৰাণী দ্বীপলৈ উঠি আহিছিল। অধিবাসীসকলেট তেতিয়া নিজকে ঈশ্বৰৰ হাতত অৰ্পণ কৰিছিল। তেতিয়াই সমুদ্ৰৰ পৰা সিংহ-মৎস আকৃতিৰ এক জন্তু আহি সেই প্ৰাণীৰ বিৰুদ্ধে যুদ্ধ কৰি অধিবাসীহঁতক উদ্ধাৰ কৰিছিল। মাৰলিনৰ মুৰ্তি মেৰিনা বে-এৰ মাৰলায়ন পাৰ্কত অৱস্থিত।
*'''চেন্টোচা আইলেণ্ড''': সমুদ্ৰৰ মাজত সৰু এক দ্বীপত গঢ়ি তোলা বিনোদন কেন্দ্ৰ।
 
"https://as.wikipedia.org/wiki/ছিংগাপুৰ"ৰ পৰা অনা হৈছে