টাইৱান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎বহিঃসংযোগ: {{Countries of Asia}} added
র -> ৰ
111 নং শাৰী:
 
== ইতিহাস ==
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত [[চীন]] দেশে জাপানী সকলক প্ৰতিৰোধ কৰিবলৈ যুদ্ধকালত চীনৰ কুওমিনতাং পাৰ্টি আৰু কমিউনিষ্ট পাৰ্টিৰ লগত লগ লাগি জাপানৰ আগ্ৰাসন বিৰোধী জাতীয় যুক্তফ্ৰণ্ট গঢ়ি তুলিছিল। জাপান-বিৰোধী প্রতিৰোধপ্ৰতিৰোধ যুদ্ধ জয়যুক্ত হোৱাৰ পিছত চিয়াং কাইশেকৰ নেতৃত্বাধীন কুওমিনতাং গোষ্ঠী যুক্তৰাষ্ট্ৰৰ সমৰ্থিত হয়। ইয়াৰ ফলত গোটেই দেশ জুৰি গৃহযুদ্ধৰ সূচনা হয় । চীনৰ কমিউনিষ্ট পাৰ্টিৰ নেতৃত্বত চীনা জনগণে তিনি বছৰতকৈ বেছি সময় মুক্তিযুদ্ধ চলায়। তেতিয়া কুওমিনতাং গোষ্ঠীৰ অনুসৃত গণবিৰোধী নীতিৰ গোটেই দেশৰ বিভিন্ন জাতিৰ জনগণ এই গোষ্ঠী ঘৃণা কৰে। ফলত কুওমিনতাং পাৰ্টিৰ “চীন প্ৰজাতন্ত্ৰ” (বা ৰিপাবলিক অব চায়না) চৰকাৰৰ উত্থান হয় । ১৯৪৯ চনৰ পহিলা অক্টোবৰত চীন গণ প্ৰজাতন্ত্ৰ প্রতিষ্ঠিতপ্ৰতিষ্ঠিত হয় আৰু ই চীনৰ একমাত্ৰ বৈধ চৰকাৰ হিচাপে থিয় দিয়ে। কুওমিনতাং গোষ্ঠীৰ কিছু সৈন্য বাহিনী আৰু চৰকাৰী কৰ্মকৰ্তা গৈ টাইৱানক আগুৰি ধৰে। তেওঁলোকে তেতিয়াৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সমৰ্থনত টাইৱান প্ৰণালীৰ দুয়ো পাৰৰ মাজত বিচ্ছিন্নতা সৃষ্টি কৰে।
 
==তথ্য উৎস==
"https://as.wikipedia.org/wiki/টাইৱান"ৰ পৰা অনা হৈছে