নিকটদৃষ্টি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
র -> ৰ
13 নং শাৰী:
| MeshID = D009216
}}
'''নিকটদৃষ্টি''' {{En|Myopia}} চকুৰ দৃষ্টিশক্তিৰ এনে এক ত্রুটিত্ৰুটি য'ত দৃষ্টি ৰেখাৰ সমান্তৰাল ভাৱে আঁতৰৰ কোনো উৎসৰ পৰা অহা পোহৰ চকুৰ পৰ্দা (ৰেটিনা)ৰ সলনি পৰ্দাৰ সন্মুখত আপাতিত হয়। তাৰ ফলত আঁতৰৰ উৎসটো স্পষ্টকৈ দেখা পোৱা নাযায়। নিকটদৃষ্টিত আক্ৰান্ত লোকে সাধাৰণতে ওচৰৰ বস্তু স্পষ্টকৈ দেখা পায় ।
 
চকু চিকিৎসকসকলে [[চশমা]] বা [[কন্‌টেক্ট লেন্স]]ৰ সহায়ত নিকটদৃষ্টি শুধৰায়। [[প্ৰতিসাৰক শল্য চিকিৎসা]]ৰেও নিকটদৃষ্টি ঠিক কৰিব পাৰি কিন্তু ইয়াৰ কিছুমান কু-প্ৰভাৱ থাকিব পাৰে। শুধৰণি কৰা লেন্সৰ প্ৰতিসাৰক ক্ষমতা ঋণাত্মক (অৱতল লেন্স) যাতে ই মায়'পিক চকুৰ অতিমাত্ৰা ধনাত্মক ডায়'প্টাৰৰ মোকাবিলা কৰিব পাৰে। ঋণাত্মক ডায়'প্টাৰ নিকটদৃষ্টিৰ মাত্ৰা বুজাবলৈকো উল্লেখ কৰা হয় কাৰণ লেন্সৰ এই নিৰ্দিষ্ট ক্ষমতাইহে অৱস্থাটোৰ শুধৰণি কৰে। ''উচ্চ মাত্ৰাৰ নিকটদৃষ্টি'' বুলিলে -৬ ডায়'প্টাৰ বা তাতকৈ বেয়া অৱস্থাক বুজায়।<ref>{{citation|url=http://cat.inist.fr/?aModele=afficheN&cpsidt=21992936|title=Etiopathogenesis and management of high-degree myopia. Part I}}</ref>
21 নং শাৰী:
==লক্ষণসমূহ ==
{{Double image|right|Human_eyesight_two_children_and_ball_with_myopia.jpg|200|Human eyesight two children and ball normal vision color.jpg|200|নিকটদৃষ্টি (''বাওঁফালে''), সাধাৰণ দৃষ্টি (''সোঁফালে'')||}}
নিকটদৃষ্টি বা মায়'পিয়াত আক্রান্তজনেআক্ৰান্তজনে খুব কাষৰ বস্তু ভালকৈ দেখিলেও দূৰৰ বস্তু ভালকৈ নেদেখে। এনে চকুৰ নিকটবিন্দু ২৫ ছে:মি:তকৈও কম হব পাৰে।
 
== কাৰণ ==
31 নং শাৰী:
 
== প্ৰতিকাৰ ==
[[চিত্রচিত্ৰ:Myopia.svg|thumb|right|সহায়ক লেন্স ব্যৱহাৰ কৰি নিকটদৃষ্টি ত্রুটিত্ৰুটি দূৰীকৰণ]]
উপযুক্ত ক্ষমতাৰ অৱতল লেন্সৰ ব্যৱহাৰ কৰি এই বিকাৰ প্ৰতিকাৰ কৰিব পাৰি ৷<ref>[http://www.medicinenet.com/myopia/page2.htm নিকটদৃষ্টিৰ প্রভাৱপ্ৰভাৱ]</ref><ref>[http://www.sciencedirect.com/science/article/pii/S1350946204000564 ৰেটিনা আৰু চকু বিষয়ক বৈজ্ঞানিক অগ্রগতিঅগ্ৰগতি]</ref>
[[চিত্রচিত্ৰ:Briller2.JPG|thumb|right|প্ৰতিকাৰৰ বাবে ব্যৱহাৰ কৰা অৱতল চশমা]]
 
== তথ্যসূত্ৰ ==
== তথ্যসূত্র ==
{{reflist}}
 
49 নং শাৰী:
<!-- {{Eye pathology}} -->
 
[[শ্রেণীশ্ৰেণী:চিকিৎসা বিজ্ঞান]]