অসমীয়া–বঙালী লিপি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

wikidata interwiki
র -> ৰ
2 নং শাৰী:
{{Use dmy dates|date=April 2012}}
{{Infobox Writing system
|name=পূর্বীপূৰ্বী নাগৰী
|sample=Eastern_Nagari_script.png
|caption=''পূর্বীপূৰ্বী নাগৰী লিপি'' বুলি বঙালীত (ওপৰত) আৰু অসমীয়াত (তলত) লিখা আছে।
|imagesize=320px
|type=[[আবুগিডা]]
21 নং শাৰী:
}}
{{brahmic}}
'''পূর্বীপূৰ্বী নাগৰী লিপি''' বা '''অসমীয়া লিপি''' বা '''বঙালী লিপি''' বা '''বঙালী-অসমীয়া লিপি''' হৈছে [[অসমীয়া বৰ্ণমালা|অসমীয়া]] আৰু [[বঙালী বৰ্ণমালা]]ৰ ভেটি। ই প্ৰধানকৈ দুবিধ প্ৰধান ভাষাৰ বাবে ব্যৱহাৰ হয়: [[অসমীয়া ভাষা|অসমীয়া]] আৰু [[বঙালী ভাষা|বঙালী]]। এই দুবিধৰ বাহিৰেও ইয়াক বহুতো ভাষা যেনে [[বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা|বিষ্ণুপ্ৰিয়া মণিপুৰী]], [[মেইতেই ভাষা|মেইতেই মণিপুৰী]], [[ককবৰক ভাষা|ককবৰক]] আৰু আন আন [[অসমীয়া-বঙালী ভাষা]]ৰ বাবে ব্যৱহাৰ কৰা হয়। অতীতত ই [[খাচী ভাষা|খাচী]], [[বড়ো ভাষা|বড়ো]], [[কাৰ্বি ভাষা|কাৰ্বি]], [[মিছিং ভাষা|মিছিং]] আদি ভাষাৰ বাবেও ব্যৱহাৰ কৰা হৈছিল। [[ছিলঠীয়া ভাষা|আধুনিক ছিলঠীয়া ভাষাৰ]] কাৰণেও মাজে মাজে এই লিপি ব্যৱহাৰ কৰা হয়। সেইবাবে ই পৃথিৱীৰ ৫ম আটাইতকৈ বেছি ব্যৱহাৰ হোৱা লিপি।
 
==বৰ্ণনা==
[[File:Siva-1.JPG|right|thumb|400px|ইয়াত থকা লিখনিত [[অসমীয়া বৰ্ণমালা|অসমীয়াত]] লিখা আছে আছে: "{{lang|as|শ্রীশ্রীমত্‌শিৱসিংহমহাৰাজাশ্ৰীশ্ৰীমত্‌শিৱসিংহমহাৰাজা}}" "Sri Sri Môt Xiwô
Xinghô Môharaza" বুলি (লগতে চাওক [[শিৱ সিংহ]])। এই ১৮ শতিকাৰ [[আহোম ৰাজ্য|আহোম যোগীয়া]] পাণ্ডুলিপিত আধুনিক অসমীয়া "ৱ"ৰ সলনি পুৰণি অসমীয়া "" ব্যৱহাৰ কৰা হৈছে।]]
 
পূর্বীপূৰ্বী নাগৰী লিপিৰ আখৰবিলাক খুব কম ব্লকী কিন্তু বহুত সৰ্পিলাকাৰ। ই [[সিদ্ধম লিপি]]ৰ পৰা উদ্ভৱ হৈছে। ১৭৭৮ চনত যেতিয়া [[চাৰ্লছ ৱিকিঞ্চ]] পূর্বীপূৰ্বী নাগৰী লিপিৰ প্ৰথম আখৰস্থাপক আছিল, তেতিয়া ইয়াৰ আধুনিক ৰূপ বিধিবদ্ধ কৰা হয়। বেলেগ বেলেগ ভাষাত বৰ্ণবিলাক কিদৰে উচ্চাৰণ কৰা হয় তাৰ ওপৰত ভিত্তি কৰি অসমীয়া আৰু বঙালী ভাষাত পূর্বীপূৰ্বী নাগৰী লিপিৰ একে আখৰৰে বেলেগ বেলেগ ৰূপ দেখা যায়।
 
আগতে পূর্বীপূৰ্বী নাগৰী লিপি কোনো নিৰ্দিষ্ট অঞ্চলৰ ভাষাৰ সৈতে যুক্ত নাছিল। তেও মধ্যযুগত [[ভাৰত|ভাৰতবৰ্ষৰ]] পূৰ্বাঞ্চলৰ প্ৰধান লিপি হিচাপে প্ৰভাৱ বিস্তাৰ কৰিছিল। এই লিপিৰে [[সংস্কৃত ভাষা|সংস্কৃত ভাষাও]] লিখা হৈছিল। [[হিন্দু ধৰ্ম|হিন্দু ধর্মৰধৰ্মৰ]] মহাকাব্য যেনেঃ [[মহাভাৰত]] আৰু [[ৰামায়ণ]] অতীজৰ পূর্বীপূৰ্বী নাগৰী লিপিত লিখা হৈছিল।
 
== ইউনিক’ডত পূর্বীপূৰ্বী নাগৰী লিপি ==
{{Main|বাংলা (ইউনিক’ড ব্লক)}}
পূর্বীপূৰ্বী নাগৰী লিপিৰ ইউনিক’ডত নাম হৈছে "Bengali"। ইয়াৰ ব্লকটো হ’ল U+0980–U+09FF:
{{Unicode chart Bengali}}