"ফাৰেনহাইট"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
(র -> ৰ)
[[চিত্ৰ:Raumthermometer Fahrenheit+Celsius.jpg|right|thumb|এটা থাৰ্মমিটাৰ, যাৰ বাহিৰৰ বৃত্তাকাৰ স্কেল ফাৰেনহাইট একক আৰু ভিতৰৰ স্কেলটো ছেলছিয়াছ এককত লিখা]]
'''ফাৰেনহাইট''' হ'ল [[তাপমাত্ৰা]] পৰিমাপৰ স্কেল, যিটো ১৭২৪ চনত প্রস্তাবপ্ৰস্তাব কৰা হয় আৰু জাৰ্মান পদাৰ্থবীদ [[ডেনিয়েল গেব্ৰিয়েল ফাৰেনহাইট]] (১৬৮৬–১৭৩৬)ৰ নামানুসৰি নামকৰণ কৰা হয়। বৰ্তমান বিশ্বৰ অধিকাংশ দেশত তাপমাত্ৰা পৰিমাপৰ বাবে [[ছেলছিয়াছ]] স্কেল ব্যৱহৃত হৈছে।<ref name='metricusage'>http://lamar.colostate.edu/~hillger/internat.htm ,Metric usage and metrication in other countries |accessdate=December 11, 2009 }}</ref> [[যুক্তৰাষ্ট্ৰ]] সহ কিছু দেশ যেনেঃ [[ব্ৰাজিল]]ত এতিয়াও ফাৰেনহাইট স্কেল ব্যৱহৃত হৈ আছে।<ref name='belizeweather'>url=http://www.hydromet.gov.bz/ ,Belize Weather Bureau |accessdate=May 9, 2008 </ref>
 
[[শ্ৰেণী:জোখ-মাখৰ একক]]
2,335

টা সম্পাদনা