বৃক্ক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
24 নং শাৰী:
| DorlandsID = Kidney
}}
বৃক্ক হ'ল মানুহ আৰু আন সকলো মেৰুদণ্ডী প্ৰাণীৰ প্ৰধান ৰেচন অংগ।ই মূত্রমূত্ৰ উৎপাদন আৰু বহিষ্কাৰ কৰে, আৰু লগতে শৰীৰৰ পানী বা ইলেকট্রোলাইটইলেকট্ৰোলাইট ([[চদিয়াম]], [[পটাচিয়াম]], ইত্যাদি) ৰ ভাৰসাম্য বজায় ৰাখে।‌ বৃক্কৰ উপদেহীয় অংশই[[অন্তঃস্ৰাৱী তন্ত্রতন্ত্ৰ|অন্তঃস্ৰাৱী গ্রন্থিগ্ৰন্থি]] হিচাপে কাম কৰে। অঙ্গটি পেৰিট'নিয়ামৰ পাছফালে অবস্থিত। বৃক্ক বক্ষদেশীয় ১২ নং কশেৰুকা (T12) অঞ্চলৰপৰা তৃতীয় ককাঁলৰ কশেৰুকা (L3) পর্যন্তপৰ্যন্ত বিস্তৃত।[[যকৃৎ]]ৰ অৱস্থানৰ বাবে সোঁ বৃক্ক বাঁও বৃক্কতকৈ সামান্য তলত অৱস্থিত।<ref>[http://dictionary.reference.com/browse/kidney বৃক্ক কি?]</ref>
 
==বাহ্যিক গঠন==
32 নং শাৰী:
 
==আভ্যন্তৰীণ গঠন==
[[File:KidneyStructures PioM.svg|thumb|250px|left| <center> 1.&nbsp;[[বৃক্কীয় পিৰামিড]] 2.&nbsp;[[আন্তঃলবিউলাৰ ধমনী]] • 3.&nbsp;[[বৃক্কীয় ধমনী]] • 4.&nbsp;[[বৃক্কীয় শিৰা]] 5.&nbsp;[[বৃক্কীয় হাইলাম]] • 6.&nbsp;[[বৃক্কীয় পেলভিচ]] • 7.&nbsp;[[মূত্রনলীমূত্ৰনলী]] • 8.&nbsp;[[সৰু কেলিক্স]] • 9.&nbsp;[[বৃক্কীয় কেপচুল]] • 10.&nbsp;[[নিম্নস্থ বৃক্কীয় কেপচুল ]] • 11.&nbsp;[[উপৰস্থ বৃক্কীয় কেপচুল]] • 12.&nbsp;[[আন্তঃলবিউলাৰ শিৰা]] • 13.&nbsp;[[নেফ্রননেফ্ৰন]] • 14.&nbsp;[[সৰু কেলিক্স]] • 15.&nbsp;[[ডাঙৰ কেলিক্স]] • 16.&nbsp;[[বৃক্কীয় পেপিলা]] • 17.&nbsp;[[বৃক্কীয় কলম]] </center>]]
অনুদৈৰ্ঘ্য ছেদত বৃক্কৰ বাহিৰৰ অংশক কৰ্টেক্স আৰু ভিতৰৰ অংশক [[মেডুলা]] বোলে।‌ মেডুলা কেইবাটাও শংকু আকৃতিত বিভক্ত হৈ থাকে ইয়াক [[বৃক্কীয় পিৰামিড]] বোলে।‌ [[বৃক্কীয় পিৰামিড]]ৰ মাজত সোমাই থকা কৰ্টেক্স অংশক [[বৃক্কীয় কলম]] বোলে।‌ পিৰামিডৰ ভিতৰৰ ফালে মেডুলা ক্ৰমে [[সৰু কেলিক্স]] আৰু [[ডাঙৰ কেলিক্স]]লৈ অগ্ৰসৰ হয়।‌
==কাৰ্য্য==
"https://as.wikipedia.org/wiki/বৃক্ক"ৰ পৰা অনা হৈছে