বেদব্যাস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
23 নং শাৰী:
[[বিষ্ণু]] অৱতাৰ আৰু [[কৃষ্ণ]] জীৱনকথা লৈ ৰচিত ব্যাসদেৱৰ এই অনবদ্য ৰচনাত মুঠ বাৰটা স্কন্দ (সৰ্গ) আৰু প্ৰায় ১৮,০০০ শ্লোক আছে। হিন্দু সমাজত সুপৰিচিত বহু উপকথাৰ উৎস ভাগৱত পুৰাণ।
=== ব্ৰহ্মসূত্ৰ ===
তেওঁ ৫৫৫ পংক্তিত বেদব্যাসে হিন্দুশাস্ত্ৰৰ প্রজ্ঞাপ্ৰজ্ঞা সংকলন চয়িত ''সৃজকসূত্ৰ'' ৰচনা কৰে। সৃজকসূত্ৰত স্ৰষ্টা আৰু সৃষ্টি সম্পৰ্কীয় যুক্তিপৰম্পৰা জ্ঞানান্বেষী কৌশলৰে স্ৰষ্টাৰ অন্বেষণ কৰা হৈছে।
== বেদব্যাসৰ শিষ্য ==
 
"https://as.wikipedia.org/wiki/বেদব্যাস"ৰ পৰা অনা হৈছে